• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

Nation NE by Nation NE
July 9, 2025
in Top News, ক্ৰীড়া
0 0
ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ
Share on FacebookShare on TwitterWhatsApp

টেষ্টৰ শেহতীয়া বেটিং ৰেংকিং ঘোষণা কৰিছে আই চি চিয়ে। নাম্বাৰ ৱানৰ ৰাজত্ব শেষ জো ৰুটৰ। জো ৰুটক আঁতৰাই টেষ্ট ৰেংকিঙৰ প্ৰথম স্থানত অধিষ্ঠিত হৈছে তেওঁৰেই সতীৰ্থ হেৰী ব্ৰুক। ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱা ৰুট ৰেংকিঙৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে।

আই চি চিৰ বেটিং টেষ্ট ৰেংকিঙত কেন উইলিয়ামছন তৃতীয় স্থানত থকাৰ বিপৰীতে ভাৰতৰ যশস্বী জয়ছৱাল চতুৰ্থ স্থানত আছে। ৰেংকিঙৰ পঞ্চম স্থানত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ।

আইচিচিৰ শেহতীয়া বেটিং টেষ্ট ৰেংকিঙত আটাইতকৈ ডাঙৰ লাভ হৈছে শুভমন গিলৰ। ১৫টা স্থান আগুৱাই তেওঁ উপনীত হৈছে ষষ্ঠ স্থানত। উল্লেখ্য যে এজবাষ্টন টেষ্টত গিলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই প্ৰথম ইনিংছত দ্বিশতক আৰু দ্বিতীয় ইনিংছত শতকীয় ইনিংছেৰে সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল।

ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা ৭ নম্বৰত আছে। একে সময়তে এটা স্থান অৱনমিত হৈছে ভাৰতৰ ঋষভ পন্তৰ। পন্ত এতিয়া ৰেংকিঙৰ অষ্টম স্থানত আছে।

আই চি চিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিঙত শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছ ৯ নম্বৰত আৰু ইংলেণ্ডৰ উইকেটকীপাৰ জেমী স্মিথ ১০ নম্বৰত আছে।

Tags: ICCJoe RootShubhman GillTest Ranking

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025