• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু; তদন্ত ঘোষণা ৰে’ল বিভাগৰ

Nation NE by Nation NE
July 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু; তদন্ত ঘোষণা ৰে’ল বিভাগৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে পুৱা ৰাজ্যখনৰ ঝাৰগ্ৰামত এখন চলন্ত ৰে’লৰ খুন্দাত তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে। খৰগপুৰ-টাটানগৰ পথত চলি থকা এখন ৰে’লে সাতজনীয়া হাতীৰ এটা জাকে ৰে’ল পথ পাৰ হোৱাৰ সময়তে খুন্দা মাৰে।

এই দুৰ্ঘটনাত দুটা হাতী পোৱালী আৰু এটা প্ৰাপ্তবয়স্ক হাতীৰ থিতাতে মৃত্যু হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত নিশান্ত কুমাৰ নামৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, ‘12022 বৰবীল-হাওৰা অভিমুখী জনশতাব্দী এক্সপ্ৰেছৰ খুন্দাত তিনিটা হাতীৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে। ঘটনা সন্দৰ্ভত খৰগপুৰ ডিভিজনেল ৰে’লৱে মেনেজাৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। তদন্তৰ তথ্য প্ৰকাশ পোৱাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।’

উল্লেখ্য যে, অসমৰ লগতে পশ্চিম বংগ আৰু ওড়িশাত ক্ৰমাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বনৰীয়া হাতীসমূহে লোকালয়লৈ প্ৰৱেশ কৰিবলৈ ধৰাৰ বাবেই এইধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ অহা বুলিও ক্ষেদ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমীসকলে।

অৱশ্যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ এইকেইখন ৰাজ্যৰ চৰকাৰে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও ফলপ্ৰসু নোহোৱাত চিন্তিতও হৈ পৰিছে সচেতন মহল।

Tags: Elephants DeathRailWest Bengal

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025