• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

Nation NE by Nation NE
July 22, 2025
in Top News, ক্ৰীড়া
0 0
যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় প্ৰাক্তন বেটছমেন যুৱৰাজ সিঙে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত পাকিস্তানী খেলুৱৈ শ্বাহিদ আফ্ৰিদিতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ২০২৫ প্ৰতিযোগিতাত দুয়োগৰাকী খেলুৱৈয়ে পুনৰবাৰ ক্ৰিকেট খেলপথাৰত ইজনে সিজনৰ বিৰুদ্ধে খেলিবলৈ ওলাইছিল।কিন্তু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দুৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ সৈতে খেলখন খেলিবলৈ অস্বীকাৰ কৰে।

যুৱৰাজ সিঙে ১৭ বছৰীয়া দীঘলীয়া কেৰিয়াৰত ভাৰতৰ হৈ ৩০৪খন এদিনীয়া মেচ খেলিছে। এই সময়ছোৱাত যুৱৰাজে গড়ে প্ৰায় ৩৭ ৰান কৰি ৮৭০১ ৰান সংগ্ৰহ কৰিছে।এদিনীয়া ক্ৰিকেটত যুৱৰাজৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৫০ ৰান। এদিনীয়া ক্ৰিকেটত ৫২টা অৰ্ধশতক আৰু ১৪টা শতক অৰ্জন কৰিছে যুৱৰাজে।

পাকিস্তানৰ হৈ ৩৯৮খন এদিনীয়া খেল খেলিছে শ্বাহিদ আফ্ৰিদীয়ে। এই সময়ছোৱাত আফ্ৰিদীয়ে গড়ে প্ৰায় ২৪ ৰান কৰি ৮০৬৪ ৰান সংগ্ৰহ কৰিছে।এদিনীয়া ক্ৰিকেটত আফ্ৰিদিৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১২৪ ৰান। এদিনীয়া ক্ৰিকেটত ৩৯টা অৰ্ধশতক আৰু ৬টা শতক অৰ্জন কৰিছে আফ্ৰিদীয়ে।

এদিনীয়া ক্ৰিকেটত আফ্ৰিদিতকৈ বহু আগবাঢ়ি আছে যুৱৰাজ। যুৱৰাজ সিঙে এদিনীয়াত শ্বাহিদ আফ্ৰিদিতকৈ ৯৪খন মেচ কমকৈ খেলিছে যদিও ইয়াৰ পিছতো যুৱৰাজে আফ্ৰিদিতকৈ ৬৩৭ ৰানত আগবাঢ়ি আছে। যুৱৰাজৰ গড়ো আফ্ৰিদিতকৈ বহু ভাল। ডেৰ শতিকা আৰু শতিকাৰ ক্ষেত্ৰতো যুৱৰাজতকৈ বহু পিছ পৰি আছে আফ্ৰিদি।

Tags: #cricketIndiaSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025