• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

Nation NE by Nation NE
July 22, 2025
in Top News, ক্ৰীড়া
0 0
যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় প্ৰাক্তন বেটছমেন যুৱৰাজ সিঙে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত পাকিস্তানী খেলুৱৈ শ্বাহিদ আফ্ৰিদিতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ২০২৫ প্ৰতিযোগিতাত দুয়োগৰাকী খেলুৱৈয়ে পুনৰবাৰ ক্ৰিকেট খেলপথাৰত ইজনে সিজনৰ বিৰুদ্ধে খেলিবলৈ ওলাইছিল।কিন্তু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দুৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ সৈতে খেলখন খেলিবলৈ অস্বীকাৰ কৰে।

যুৱৰাজ সিঙে ১৭ বছৰীয়া দীঘলীয়া কেৰিয়াৰত ভাৰতৰ হৈ ৩০৪খন এদিনীয়া মেচ খেলিছে। এই সময়ছোৱাত যুৱৰাজে গড়ে প্ৰায় ৩৭ ৰান কৰি ৮৭০১ ৰান সংগ্ৰহ কৰিছে।এদিনীয়া ক্ৰিকেটত যুৱৰাজৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৫০ ৰান। এদিনীয়া ক্ৰিকেটত ৫২টা অৰ্ধশতক আৰু ১৪টা শতক অৰ্জন কৰিছে যুৱৰাজে।

পাকিস্তানৰ হৈ ৩৯৮খন এদিনীয়া খেল খেলিছে শ্বাহিদ আফ্ৰিদীয়ে। এই সময়ছোৱাত আফ্ৰিদীয়ে গড়ে প্ৰায় ২৪ ৰান কৰি ৮০৬৪ ৰান সংগ্ৰহ কৰিছে।এদিনীয়া ক্ৰিকেটত আফ্ৰিদিৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১২৪ ৰান। এদিনীয়া ক্ৰিকেটত ৩৯টা অৰ্ধশতক আৰু ৬টা শতক অৰ্জন কৰিছে আফ্ৰিদীয়ে।

এদিনীয়া ক্ৰিকেটত আফ্ৰিদিতকৈ বহু আগবাঢ়ি আছে যুৱৰাজ। যুৱৰাজ সিঙে এদিনীয়াত শ্বাহিদ আফ্ৰিদিতকৈ ৯৪খন মেচ কমকৈ খেলিছে যদিও ইয়াৰ পিছতো যুৱৰাজে আফ্ৰিদিতকৈ ৬৩৭ ৰানত আগবাঢ়ি আছে। যুৱৰাজৰ গড়ো আফ্ৰিদিতকৈ বহু ভাল। ডেৰ শতিকা আৰু শতিকাৰ ক্ষেত্ৰতো যুৱৰাজতকৈ বহু পিছ পৰি আছে আফ্ৰিদি।

Tags: #cricketIndiaSports

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025