• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, October 20, 2025
26 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

    ৩ মাহৰ ভিতৰত শেষ হ’ব তদন্ত! জুূবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি ক’লে ছিংগাপুৰ আৰক্ষীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

Nation NE by Nation NE
August 9, 2025
in Top News, মেঘালয়
0 0
মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। সীমান্তৰ সমীপত অৱস্থিত গাঁওখনত নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাংলাদেশৰ এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে প্ৰৱেশ কৰি এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ক হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।

শুকুৰবাৰে গভীৰ নিশা মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী হিলছ জিলাৰ অন্তৰ্গত দুৰ্গম গাঁও ৰোংদোংগাই গাঁৱত এই ঘটনা সংঘটিত হৈছে। এই গাঁওখন বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ৮-১০ কিলোমিটাৰ নিলগত অৱস্থিত।

মেঘালয় আৰক্ষীৰ সূত্ৰই জানিব দিয়া অনুসৰি, শুকুৰবাৰে নিশা বাংলাদেশৰ ৯ জনীয়া এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে। এই দুৰ্বৃত্তৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰি বালসৰংগ এ মাৰাক নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

আক্ৰমণকাৰী পলায়ন কৰাৰ পিছত গাঁৱৰ ৰাইজে সেই স্থানতে কেইবাটাও সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত আছিল এজন বাংলাদেশী আৰক্ষী কনিষ্টবলৰ পৰিচয় পত্ৰ আৰু বাংলাদেশী টকা। গাঁৱৰ ৰাইজে এই বস্তুবোৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

পিছত আৰক্ষীয়ে ঘটনাস্থলৰ পৰা আৰু অধিক সামগ্ৰীও উদ্ধাৰ কৰে, য’ত হেণ্ডকাফ, মেগজিনৰ কভাৰ, পিষ্টল ৰখা হোলষ্টাৰ, ৰেডিঅ’ চেট, মোবাইল, ফেচ মাস্ক, কুঠাৰ আৰু তাঁৰ কাটাৰ আদিও পোৱা যায়।

শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ পিছতে বি এছ এফে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সীমান্ত অঞ্চলত টহল তীব্ৰতৰ কৰি তুলিছে। বি এছ এফৰ সূত্ৰইও নিশ্চিত কৰিছে যে এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰি কঠোৰ জেৰা চলি আছে।

Tags: BangladeshBSFMeghalaya

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 20, 2025
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

October 19, 2025
স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু
Top News

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

October 19, 2025
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
BIG BREAKING

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

October 19, 2025
ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

ভাৰত-চীনৰ মাজত আকৌ আৰম্ভ হ’ব বিমান সেৱা! বিমান সংস্থাৰ এই ঘোষণা

নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025