• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 2, 2026
29 °c
Guwahati
29 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিযুক্তি আৰম্ভ TikTok ইণ্ডিয়াৰ! শীঘ্ৰে উঠাই লোৱা হ’ব নেকি এই এপৰ ওপৰত দিয়া নিষেধাজ্ঞা?

Nation NE by Nation NE
September 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিযুক্তি আৰম্ভ TikTok ইণ্ডিয়াৰ! শীঘ্ৰে উঠাই লোৱা হ’ব নেকি এই এপৰ ওপৰত দিয়া নিষেধাজ্ঞা?
Share on FacebookShare on TwitterWhatsApp

ভাৰতত কিছু মুহূৰ্তৰ বাবে টিকটক মুকলি কৰা বাতৰিৰ ওপৰত ভাৰতীয় কৰ্তৃপক্ষই দিছে এক স্পষ্টীকৰণ। স্পষ্টীকৰণৰ পিছত এয়া স্পষ্ট হৈ উঠিছে যে বাইটডান্সৰ মালিকানাধীন চুটি ভিডিঅ’ এপটো ভাৰতলৈ অতি সোনকালে ঘূৰি নাহে।

ভাৰতীয় কৰ্তৃপক্ষ আৰু বাইটেডেন্সে স্পষ্ট কৰি দিছিল যে এই এপটো দেশখনত নিষিদ্ধ হৈ আছে। অৱশ্যে ভাৰতীয় কাৰ্যালয়ৰ বাবে টিকটকে নিযুক্তিৰ সুবিধা মুকলি কৰিছে। টিকটক ইণ্ডিয়াই গুৰগাঁও কাৰ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। লিংকডইনৰ দৰে পেছাদাৰী নেটৱৰ্কিং চাইটত প্ৰকাশ পোৱা চাকৰিৰ পোষ্টিঙৰ বাবে বহুতে বিশ্বাস কৰাইছে যে ভাৰত আৰু চীনৰ মাজত ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধিৰ সময়ত ২০২০ চনত জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা হয়তো চৰকাৰে চিন্তা কৰিছে।

অৱশ্যে এই উৰাবাতৰিসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰী বিষয়াসকলে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ভিতৰৰ সূত্ৰই নিশ্চিত কৰিছে যে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ আছে আৰু এপটো আনব্লক কৰিবলৈ কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই। ভাৰতৰ গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰ দুয়োটাতে ডাউনলোড কৰিব পৰা নাই কোম্পানীটোৰ এপটো। মন্ত্ৰালয়ে এপটো পুনৰ প্ৰৱেশযোগ্য হোৱাৰ যিকোনো প্ৰতিবেদনক “মিছা আৰু বিভ্ৰান্তিকৰ” বুলিও লেবেল লগাইছে।

২০২০ চনৰ জুন মাহত টিকটককে ধৰি ৫৯টা মোবাইল এপে “ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা, আৰু জনশৃংখলাৰ প্ৰতি ক্ষতিকাৰক” বুলি উদ্বেগ প্ৰকাশ কৰি নিষেধাজ্ঞাৰ জাৰি কৰা হৈছিল। সেই সময়ত বিষয়াসকলে চীনৰ চাৰ্ভাৰলৈ তথ্য লিক হোৱাৰ উদাহৰণ দেশজোৰা নিষেধাজ্ঞাৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিছিল।

Tags: AppBannedTikTok

Related Posts

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 2, 2026
ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ
Top News

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

June 2, 2026
হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?
Top News

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

June 2, 2026
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Top News

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

June 2, 2026
১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…
Top News

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

June 2, 2026
গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা
Top News

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

June 2, 2026

শীৰ্ষ সংবাদ

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025