• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ বাসগৃহত চোৰৰ সন্ত্ৰাস; CCTVত বন্দী সমগ্ৰ দৃশ্য

Nation NE by Nation NE
September 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ বাসগৃহত চোৰৰ সন্ত্ৰাস; CCTVত বন্দী সমগ্ৰ দৃশ্য
Share on FacebookShare on TwitterWhatsApp

বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ সৈতে জড়িত এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। বক্সাৰগৰাকীৰ ফৰিদাবাদস্থিত ঘৰত চুৰি হোৱা বুলি জানিব পৰা গৈছে। বক্সাৰগৰাকীৰ ঘৰত চুৰি হোৱা দৃশ্য বন্দী হৈছে চিচিটিভিত।

মেৰী কম মাৰাথন ইভেণ্টৰ বাবে মেঘালয়ত থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে চোৰে তেওঁৰ ঘৰৰ পৰা বহু সামগ্ৰী লৈ গৈছে। এই ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ছটা পৃথক দল গঠন কৰা হৈছে। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী আৰক্ষী বিষয়াই।

বিশ্ব ছেম্পিয়ন বক্সাৰগৰাকীৰ ঘৰৰ পৰা কি কি সামগ্ৰী চোৰ হৈছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা বা আৰক্ষীয়ে এই কথা ৰাজহুৱা কৰা। ঘটনা সন্দৰ্ভত মেৰী কমৰ তৰফৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এনে ঘটনাই কিংবদন্তি খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Tags: BurglaryFaridabadMary Kom

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025