• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
30 °c
Guwahati
26 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ বাসগৃহত চোৰৰ সন্ত্ৰাস; CCTVত বন্দী সমগ্ৰ দৃশ্য

Nation NE by Nation NE
September 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ বাসগৃহত চোৰৰ সন্ত্ৰাস; CCTVত বন্দী সমগ্ৰ দৃশ্য
Share on FacebookShare on TwitterWhatsApp

বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ সৈতে জড়িত এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। বক্সাৰগৰাকীৰ ফৰিদাবাদস্থিত ঘৰত চুৰি হোৱা বুলি জানিব পৰা গৈছে। বক্সাৰগৰাকীৰ ঘৰত চুৰি হোৱা দৃশ্য বন্দী হৈছে চিচিটিভিত।

মেৰী কম মাৰাথন ইভেণ্টৰ বাবে মেঘালয়ত থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে চোৰে তেওঁৰ ঘৰৰ পৰা বহু সামগ্ৰী লৈ গৈছে। এই ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ছটা পৃথক দল গঠন কৰা হৈছে। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী আৰক্ষী বিষয়াই।

বিশ্ব ছেম্পিয়ন বক্সাৰগৰাকীৰ ঘৰৰ পৰা কি কি সামগ্ৰী চোৰ হৈছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা বা আৰক্ষীয়ে এই কথা ৰাজহুৱা কৰা। ঘটনা সন্দৰ্ভত মেৰী কমৰ তৰফৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এনে ঘটনাই কিংবদন্তি খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা ত্ৰুটিক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Tags: BurglaryFaridabadMary Kom

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025