• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ মৃত্যু হোৱা এই দ্বীপটোৰ আছে কিছু ৰহস্যময় কাহিনী, জানক সবিশেষ…

Nation NE by Nation NE
October 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জুবিন গাৰ্গৰ মৃত্যু হোৱা এই দ্বীপটোৰ আছে কিছু ৰহস্যময় কাহিনী, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

ছিংগাপুৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত তেওঁৰ সকলো অনুৰাগী শোকত ভাঙি পৰিছে। পিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কিয় ছিংগাপুৰৰ লেজাৰ দ্বীপলৈ লৈ যোৱা হ’ল, সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

জানো আহক ছিংগাপুৰৰ লেজাৰ দ্বীপৰ কিছু ৰহস্য, ইতিহাস তথা কিংবদন্তি কাহিনী-

ছিংগাপুৰৰ দক্ষিণ উপকূলৰ ওচৰৰ সৰু দ্বীপ লেজাৰ দ্বীপটো দিনত শান্তিপূৰ্ণ যেন লাগে, এই দ্বীপটোৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। এই দ্বীপটোৰ সৈতে পৃথকীকৰণ, কোৱাৰেণ্টাইন, দুৰ্যোগৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।

১৯ শতিকাৰ সময়ছোৱাত ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত ই এক কোৱাৰেণ্টাইন এলেকা আছিল, য’ত অগণন ৰোগীক পৃথক কৰি ৰখা হৈছিল। পিছে সেই ৰোগীসকলক আৰু কেতিয়াও দেখা পোৱা যোৱা নাছিল। ইয়াৰ উপৰিও ই ছিংগাপুৰৰ কাৰাগাৰৰ নেটৱৰ্কৰ অংশ হৈ পৰিছিল, আফিং আসক্তসকলক ঠাই দিছিল আৰু ১৯০০ চনৰ আৰম্ভণিতে এই ঠাইত বিধ্বংসী অগ্নি সংযোগ হৈছিল। ২০১৬ চনৰ ভিতৰত চূড়ান্ত স্থায়ী বাসিন্দাসকল এই ঠাই এৰি গুচি গৈছিল আৰু দ্বীপটোৰ বহুলাংশে নিৰ্জন হৈ পৰিছিল।

আনকি বৰ্তমানৰ ছিংগাপুৰৰ স্থানীয় বাসিন্দাসকলেও বছৰ বছৰ ধৰি এই ঠাইত মানুহ নিৰুদ্দেশ হোৱা আৰু ডুব যোৱাৰ কথা উল্লেখ কৰি সেই ঠাই অৱসৰ বিনোদনৰ পৰাও এৰাই চলিছে।

উল্লেখ্য যে, ২০১৯ৰ ক’ভিড-১৯ সংক্ৰমণৰ সময়ত ছিংগাপুৰৰ লেজাৰ দ্বীপটো কোৱাৰেণ্টাইন স্থান আছিল আৰু ইয়াক কবৰস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই ঠাইখনক ভৌতিক ঠাই বুলিও বহুতে কয়। সেই সাগৰৰ পানীত কিবা এটা আছে বুলি একাংশই দাবী কৰে।

লেজাৰ দ্বীপটো অতি সুন্দৰ আৰু দিনৰ সময়ত এই ঠাই অতি মনোমোহা হৈ থাকে। কিন্তু নিশা হলেই এই দিবীপ ৰহস্যময় হৈ পৰে বুলি বহুতে কয়।দিনৰ ভালপোৱাই যেন লুকুৱাই ৰাখিছে এক অশান্ত ইতিহাস।

Tags: Zubeen Garg

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026

শীৰ্ষ সংবাদ

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025