• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
30 °c
Guwahati
25 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ মৃত্যু হোৱা এই দ্বীপটোৰ আছে কিছু ৰহস্যময় কাহিনী, জানক সবিশেষ…

Nation NE by Nation NE
October 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জুবিন গাৰ্গৰ মৃত্যু হোৱা এই দ্বীপটোৰ আছে কিছু ৰহস্যময় কাহিনী, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

ছিংগাপুৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত তেওঁৰ সকলো অনুৰাগী শোকত ভাঙি পৰিছে। পিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কিয় ছিংগাপুৰৰ লেজাৰ দ্বীপলৈ লৈ যোৱা হ’ল, সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

জানো আহক ছিংগাপুৰৰ লেজাৰ দ্বীপৰ কিছু ৰহস্য, ইতিহাস তথা কিংবদন্তি কাহিনী-

ছিংগাপুৰৰ দক্ষিণ উপকূলৰ ওচৰৰ সৰু দ্বীপ লেজাৰ দ্বীপটো দিনত শান্তিপূৰ্ণ যেন লাগে, এই দ্বীপটোৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। এই দ্বীপটোৰ সৈতে পৃথকীকৰণ, কোৱাৰেণ্টাইন, দুৰ্যোগৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে।

১৯ শতিকাৰ সময়ছোৱাত ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত ই এক কোৱাৰেণ্টাইন এলেকা আছিল, য’ত অগণন ৰোগীক পৃথক কৰি ৰখা হৈছিল। পিছে সেই ৰোগীসকলক আৰু কেতিয়াও দেখা পোৱা যোৱা নাছিল। ইয়াৰ উপৰিও ই ছিংগাপুৰৰ কাৰাগাৰৰ নেটৱৰ্কৰ অংশ হৈ পৰিছিল, আফিং আসক্তসকলক ঠাই দিছিল আৰু ১৯০০ চনৰ আৰম্ভণিতে এই ঠাইত বিধ্বংসী অগ্নি সংযোগ হৈছিল। ২০১৬ চনৰ ভিতৰত চূড়ান্ত স্থায়ী বাসিন্দাসকল এই ঠাই এৰি গুচি গৈছিল আৰু দ্বীপটোৰ বহুলাংশে নিৰ্জন হৈ পৰিছিল।

আনকি বৰ্তমানৰ ছিংগাপুৰৰ স্থানীয় বাসিন্দাসকলেও বছৰ বছৰ ধৰি এই ঠাইত মানুহ নিৰুদ্দেশ হোৱা আৰু ডুব যোৱাৰ কথা উল্লেখ কৰি সেই ঠাই অৱসৰ বিনোদনৰ পৰাও এৰাই চলিছে।

উল্লেখ্য যে, ২০১৯ৰ ক’ভিড-১৯ সংক্ৰমণৰ সময়ত ছিংগাপুৰৰ লেজাৰ দ্বীপটো কোৱাৰেণ্টাইন স্থান আছিল আৰু ইয়াক কবৰস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই ঠাইখনক ভৌতিক ঠাই বুলিও বহুতে কয়। সেই সাগৰৰ পানীত কিবা এটা আছে বুলি একাংশই দাবী কৰে।

লেজাৰ দ্বীপটো অতি সুন্দৰ আৰু দিনৰ সময়ত এই ঠাই অতি মনোমোহা হৈ থাকে। কিন্তু নিশা হলেই এই দিবীপ ৰহস্যময় হৈ পৰে বুলি বহুতে কয়।দিনৰ ভালপোৱাই যেন লুকুৱাই ৰাখিছে এক অশান্ত ইতিহাস।

Tags: Zubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025