• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত ইজৰাইলৰ বৃহৎ আক্ৰমণ, বোমা বিস্ফোৰণত ৭০ জনৰ প্ৰাণহানি

Nation NE by Nation NE
October 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শান্তি পৰিকল্পনা আৰু গাজাত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ আবেদন জনোৱাৰ পিছতো ইজৰাইলৰ সেনাই গাজাত আক্ৰমণ আৰম্ভ কৰিছে।

শেহতীয়াকৈ ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭০ জন লোকৰ প্ৰাণহানি হৈছে, য’ত ৭টা শিশুও আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজাৰ বাবে ২১ দফীয়া শান্তি পৰিকল্পনা হামাছে মানি লোৱাৰ পিছতে ইজৰাইলৰ সেনাবাহিনীয়ে এই আক্ৰমণ চলায়।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে, হামাছে সকলো চৰ্ত গ্ৰহণ কৰাটো নিশ্চিত নকৰালৈকে গাজাত সামৰিক অভিযান অব্যাহত থাকিব। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পৰিকল্পনাত হামাছে সন্মতি প্ৰকাশ কৰিছে যদিও গাজাৰ পৰা ইজৰাইল প্ৰত্যাহাৰ আৰু ইজৰাইলী বন্দীৰ সৈতে প্ৰায় ২০০০ পেলেষ্টাইনী বন্দী বিনিময় কৰাত সন্মতি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ মতে, ইজৰাইলী বাহিনীয়ে গাজা পুনৰ দখল কৰিবলৈ আক্ৰমণ চলাই আছে, যাৰ ফলত ১০ লাখতকৈ অধিক লোকে নিজৰ ঘৰ-বাৰী এৰি দক্ষিণ গাজালৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। ইজৰাইলৰ বিমান আক্ৰমণত টুফা অঞ্চলত ১৮ জন লোক নিহত হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ গাজাৰ আল-মাৱাছি স্থানচ্যুতি শিবিৰতো বোমা বিস্ফোৰণ কৰে। এই আক্ৰমণত দুটা শিশু নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজাৰ শান্তি পৰিকল্পনাক হামাছে মানি লৈছে আৰু ইজৰাইলে পৰিকল্পনা অনুসৰি আগবাঢ়িছে ইজিপ্তলৈ শান্তি দল প্ৰেৰণ কৰি, য’ত তেওঁলোকে হামাছৰ শান্তি দলৰ সৈতে সাক্ষাৎ কৰিব। হোৱাইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে পণবন্দী মুক্তি আৰু বন্দী বিনিময় প্ৰক্ৰিয়াৰ কাম কৰিবলৈ ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰক ইজিপ্তলৈ প্ৰেৰণ কৰিছে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে শান্তি আলোচনাৰ মধ্যস্থতা কৰিব।

Tags: GAZAHamasIsrael

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025