• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত ইজৰাইলৰ বৃহৎ আক্ৰমণ, বোমা বিস্ফোৰণত ৭০ জনৰ প্ৰাণহানি

Nation NE by Nation NE
October 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪ দিনৰ ভিতৰত দ্বিতীয়টো প্ৰৱল জোঁকাৰণি, ৬০০ বছৰ পিছত পুনৰ সক্ৰিয় আগ্নেয়গিৰি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শান্তি পৰিকল্পনা আৰু গাজাত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ আবেদন জনোৱাৰ পিছতো ইজৰাইলৰ সেনাই গাজাত আক্ৰমণ আৰম্ভ কৰিছে।

শেহতীয়াকৈ ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭০ জন লোকৰ প্ৰাণহানি হৈছে, য’ত ৭টা শিশুও আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজাৰ বাবে ২১ দফীয়া শান্তি পৰিকল্পনা হামাছে মানি লোৱাৰ পিছতে ইজৰাইলৰ সেনাবাহিনীয়ে এই আক্ৰমণ চলায়।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে, হামাছে সকলো চৰ্ত গ্ৰহণ কৰাটো নিশ্চিত নকৰালৈকে গাজাত সামৰিক অভিযান অব্যাহত থাকিব। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পৰিকল্পনাত হামাছে সন্মতি প্ৰকাশ কৰিছে যদিও গাজাৰ পৰা ইজৰাইল প্ৰত্যাহাৰ আৰু ইজৰাইলী বন্দীৰ সৈতে প্ৰায় ২০০০ পেলেষ্টাইনী বন্দী বিনিময় কৰাত সন্মতি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ মতে, ইজৰাইলী বাহিনীয়ে গাজা পুনৰ দখল কৰিবলৈ আক্ৰমণ চলাই আছে, যাৰ ফলত ১০ লাখতকৈ অধিক লোকে নিজৰ ঘৰ-বাৰী এৰি দক্ষিণ গাজালৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। ইজৰাইলৰ বিমান আক্ৰমণত টুফা অঞ্চলত ১৮ জন লোক নিহত হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে দক্ষিণ গাজাৰ আল-মাৱাছি স্থানচ্যুতি শিবিৰতো বোমা বিস্ফোৰণ কৰে। এই আক্ৰমণত দুটা শিশু নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজাৰ শান্তি পৰিকল্পনাক হামাছে মানি লৈছে আৰু ইজৰাইলে পৰিকল্পনা অনুসৰি আগবাঢ়িছে ইজিপ্তলৈ শান্তি দল প্ৰেৰণ কৰি, য’ত তেওঁলোকে হামাছৰ শান্তি দলৰ সৈতে সাক্ষাৎ কৰিব। হোৱাইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে পণবন্দী মুক্তি আৰু বন্দী বিনিময় প্ৰক্ৰিয়াৰ কাম কৰিবলৈ ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰক ইজিপ্তলৈ প্ৰেৰণ কৰিছে। ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে শান্তি আলোচনাৰ মধ্যস্থতা কৰিব।

Tags: GAZAHamasIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025