• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ গ্ৰহণ কৰক দুফুটাকৈ নহৰু

Nation NE by Nation NE
July 29, 2024
in বিনোদন
0 0
স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰিবলৈ নিতৌ গ্ৰহণ কৰক দুফুটাকৈ নহৰু
Share on FacebookShare on TwitterWhatsApp

নহৰু হৈছে এবিধ মছলাজাতীয় খাদ্য। ইয়াৰ ইংৰাজী নাম হৈছে Garlic root. ই মাটিৰ তলত উৎপন্ন হোৱা এবিধ পাচলি জাতীয় শস্য। নহৰু বহুতো শক্তিশালী এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ।

পাকঘৰত মচলা হিচাপে ব্যৱহৃত এই নহৰু হৈছে গুণাগুণৰ ভাণ্ডাৰ, সেয়েহে ইয়াক খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়াৰ লগতে স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী। দৈনিক দুফুটাকৈ নহৰু চোবালে ই স্বাস্থ্যৰ যথেষ্ট উপকাৰ সাধন কৰে।

নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও মানুহক বহুতো বিপদজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে। ইয়াত থকা এই ঔষধি গুণাগুণসমূহৰ বাবেই ইয়াক বিশ্বৰ সকলো ঠাইতে সকলো লোকে খাদ্যৰ তালিকাত সন্নিৱিষ্ট কৰে। ইয়াৰ উপৰি নহৰুক ঔষধ হিচাপেও গণ্য কৰা হয়।

নহৰুত চেলেনিয়াম, কেলচিয়াম, মেঙ্গানিজ, ফোলেট, থিয়ামিন, নিয়াচিন, ভিটামিন চি, জিংক, পটাছিয়াম আদি থাকে। যিয়ে মানৱ শৰীৰক বিভিন্ন ধৰণে লাভান্বিত কৰাৰ লগতে বহুতো বেমাৰৰ পৰা ইয়াক আঁতৰাই ৰাখে।

জানো আহক নহৰুৰ উপকাৰিতাৰ বিষয়েঃ

যদি বাৰিষা ঋতুত মুখত চোকোৰা আৰু ব্রণৰ সমস্যা বৃদ্ধি হয়, তেনেহ’লে ৰাতিপুৱা দৈনিক কুহুমীয়া পানীৰে নহৰুৰ দুটা কলি খাব লাগে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে। ইয়াৰ ভেঁকুৰ-প্ৰতিৰোধী গুণাগুণে ছালক ভেঁকুৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে।

হৃদৰোগীসকলৰ বাবে নহৰু যথেষ্ট উপকাৰী। নহৰুৱে শৰীৰৰ অপকাৰী ক’লেষ্টলৰ পৰিমান হ্ৰাস কৰে লগতে ৰক্ত সঞ্চালন উন্নত কৰে।

উচ্চ ৰক্তচাপ হ্ৰাস কৰাত ই যথেষ্ট সহায়ক হয়।

ই তেজ পৰিষোধক হিচাপেও কাম কৰে।

দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে শৰীৰৰ ক্লান্তি দূৰ হয়।

নহৰুৱে মেদবহুলতা কমোৱাত সহায়ক হয়। খালী পেটত নহৰু খালে তেজত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।

হাঁওফাও, মূত্ৰাশয়, পাকস্থলী আদিৰ প্ৰতিৰোধত সহায়ক হয় নহৰু।

নহৰুৱে পাচন তন্ত্ৰ শক্তিশালী কৰি হজম প্ৰক্ৰিয়া উন্নত কৰে।

Tags: Health BenefitsHealthy lifeHumanlife

Related Posts

Oscar 2026: জানক অস্কাৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা
Top News

Oscar 2026: জানক অস্কাৰ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা

March 16, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন
Top News

ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে
Top News

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

October 8, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025