• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অধিনায়ক শুভমনৰ দৰ্শণীয় শতক; ভংগ হ’ল ৰোহিত শৰ্মাৰ এক বিশেষ অভিলেখ

Nation NE by Nation NE
October 11, 2025
in Top News, ক্ৰীড়া
0 0
অধিনায়ক শুভমনৰ দৰ্শণীয় শতক; ভংগ হ’ল ৰোহিত শৰ্মাৰ এক বিশেষ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত চলি থকা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ বেটৰ পৰা আহে এটা দৰ্শনীয় ইনিংছ। চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা গিলে ১৯৬টা বলত ১২৯ ৰানৰ শতকীয় ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ১৬টা চাৰি আৰু দুটা ছয়।

অপৰাজিত এই ১২৯ ৰানৰ ইনিংছটো আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ দশম শতক। আজিৰ এই শতকীয় ইনিংছটোৰ জৰিয়তে তেওঁ কেইবাটাও কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

জানো আহক আজিৰ এই ইনিংছটোৰ জৰিয়তে গিলে গঢ়া চাৰিটা অভিলেখ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক শতকীয় ইনিংছ খেলা ক্ৰিকেটাৰত পৰিণত হৈছে গিল। দিল্লী টেষ্টৰ পূৰ্বে তেওঁ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা (৯)ৰ সৈতে যুটীয়াভাৱে প্ৰথম স্থানত আছিল। কিন্তু আজি গিলে শতক সম্পূৰ্ণ কৰাৰ লগে লগে ৰোহিত শৰ্মাক অতিক্ৰম কৰি প্ৰথম স্থানত উপনীত হয়।

১০- শুভমন গিল

০৯- ৰোহিত শৰ্মা

০৭- যশস্বী জয়ছৱাল

০৬- ঋষভ পন্ত

০৬- কে এল ৰাহুল

অধিনায়ক হিচাপে ১২টা ইনিংছৰ পিছত সৰ্বাধিক ৫০+ স্ক’ৰ

ভাৰতৰ অধিনায়ক হিচাপে ১২টা টেষ্ট ইনিংছৰ পিছত সৰ্বাধিক বাৰ ৫০+ স্ক’ৰ কৰা তৃতীয়গৰাকী বেটাৰত পৰিণত হৈছে গিল। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে বিৰাট কোহলী আৰু বিজয় হাজাৰেক। প্ৰথম স্থানত আছে এম এছ ধোনী।

০৮- এম এছ ধোনী

০৭- সুনীল গাভাস্কাৰ

০৬- শুভমন গিল

০৫- বিৰাট কোহলী

০৫- বিজয় হাজাৰে

২৬ বছৰ বা তাতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন

২৬ বছৰ বা তাতকৈ কম বয়সত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বেটছমেনত পৰিণত হয় শুভমন গিল। প্ৰথম স্থানত আছে শচীন তেণ্ডুলকাৰ।

৪৭ শতক – শচীন তেণ্ডুলকাৰ

৩৪ শতক – বিৰাট কোহলী

১৯ শতক – শুভমন গিল

১৭ শতক – বীৰেন্দ্ৰ সেহৱাগ

বিৰাট কোহলীৰ সমতা স্থাপন

ভাৰতীয় ক্ৰিকেটত ‘প্ৰিন্স’ নামেৰে পৰিচিত গিলে অধিনায়ক হিচাপে এটা কেলেণ্ডাৰ বছৰত পাঁচটা টেষ্ট শতক অৰ্জন কৰি প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক স্পৰ্শ কৰে। কিং কোহলীয়ে ক্ৰমে ২০১৭ আৰু ২০১৮ চনত অধিনায়ক হিচাপে পাঁচটা শতক অৰ্জন কৰিছিল।

বিৰাট কোহলী – ২০১৭

বিৰাট কোহলী – ২০১৮

শুভমন গিল – ২০২৫

Tags: #DelhiArun Jaitley StadiumRohit SharmaShubman GillTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025