• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অধিনায়ক শুভমনৰ দৰ্শণীয় শতক; ভংগ হ’ল ৰোহিত শৰ্মাৰ এক বিশেষ অভিলেখ

Nation NE by Nation NE
October 11, 2025
in Top News, ক্ৰীড়া
0 0
অধিনায়ক শুভমনৰ দৰ্শণীয় শতক; ভংগ হ’ল ৰোহিত শৰ্মাৰ এক বিশেষ অভিলেখ
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত চলি থকা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ বেটৰ পৰা আহে এটা দৰ্শনীয় ইনিংছ। চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা গিলে ১৯৬টা বলত ১২৯ ৰানৰ শতকীয় ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ১৬টা চাৰি আৰু দুটা ছয়।

অপৰাজিত এই ১২৯ ৰানৰ ইনিংছটো আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ দশম শতক। আজিৰ এই শতকীয় ইনিংছটোৰ জৰিয়তে তেওঁ কেইবাটাও কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

জানো আহক আজিৰ এই ইনিংছটোৰ জৰিয়তে গিলে গঢ়া চাৰিটা অভিলেখ

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক শতকীয় ইনিংছ খেলা ক্ৰিকেটাৰত পৰিণত হৈছে গিল। দিল্লী টেষ্টৰ পূৰ্বে তেওঁ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা (৯)ৰ সৈতে যুটীয়াভাৱে প্ৰথম স্থানত আছিল। কিন্তু আজি গিলে শতক সম্পূৰ্ণ কৰাৰ লগে লগে ৰোহিত শৰ্মাক অতিক্ৰম কৰি প্ৰথম স্থানত উপনীত হয়।

১০- শুভমন গিল

০৯- ৰোহিত শৰ্মা

০৭- যশস্বী জয়ছৱাল

০৬- ঋষভ পন্ত

০৬- কে এল ৰাহুল

অধিনায়ক হিচাপে ১২টা ইনিংছৰ পিছত সৰ্বাধিক ৫০+ স্ক’ৰ

ভাৰতৰ অধিনায়ক হিচাপে ১২টা টেষ্ট ইনিংছৰ পিছত সৰ্বাধিক বাৰ ৫০+ স্ক’ৰ কৰা তৃতীয়গৰাকী বেটাৰত পৰিণত হৈছে গিল। এই ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে বিৰাট কোহলী আৰু বিজয় হাজাৰেক। প্ৰথম স্থানত আছে এম এছ ধোনী।

০৮- এম এছ ধোনী

০৭- সুনীল গাভাস্কাৰ

০৬- শুভমন গিল

০৫- বিৰাট কোহলী

০৫- বিজয় হাজাৰে

২৬ বছৰ বা তাতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন

২৬ বছৰ বা তাতকৈ কম বয়সত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বেটছমেনত পৰিণত হয় শুভমন গিল। প্ৰথম স্থানত আছে শচীন তেণ্ডুলকাৰ।

৪৭ শতক – শচীন তেণ্ডুলকাৰ

৩৪ শতক – বিৰাট কোহলী

১৯ শতক – শুভমন গিল

১৭ শতক – বীৰেন্দ্ৰ সেহৱাগ

বিৰাট কোহলীৰ সমতা স্থাপন

ভাৰতীয় ক্ৰিকেটত ‘প্ৰিন্স’ নামেৰে পৰিচিত গিলে অধিনায়ক হিচাপে এটা কেলেণ্ডাৰ বছৰত পাঁচটা টেষ্ট শতক অৰ্জন কৰি প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক স্পৰ্শ কৰে। কিং কোহলীয়ে ক্ৰমে ২০১৭ আৰু ২০১৮ চনত অধিনায়ক হিচাপে পাঁচটা শতক অৰ্জন কৰিছিল।

বিৰাট কোহলী – ২০১৭

বিৰাট কোহলী – ২০১৮

শুভমন গিল – ২০২৫

Tags: #DelhiArun Jaitley StadiumRohit SharmaShubman GillTest Cricket

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026

শীৰ্ষ সংবাদ

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025