• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

Nation NE by Nation NE
October 14, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধান সভা নিৰ্বাচনৰ বাবে মঙলবাৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ১০১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপিৰ প্ৰথমখন তালিকাত ৭১ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে।

তালিকাত প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীৰ নাম উল্লেখ আছে। প্ৰথমখন তালিকাত পিছপৰা অনুসূচীত জাতি, মহিলা, অনুসূচীত জনজাতিৰ ৫০তকৈ অধিক প্ৰাৰ্থীক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে।

কুম্হৰাৰ পৰা অৰুণ সিংহা আৰু পাটনা চাহিবৰ পৰা নন্দ কিশোৰ যাদৱৰ টিকট কৰ্তন কৰি ৭০ৰ উৰ্ধ্বৰ প্ৰেম কুমাৰ গয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

ইফালে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱা দুগৰাকী প্ৰাৰ্থীক এইবাৰৰ বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। বক্সৰৰ লোকসভাৰ প্ৰাৰ্থী মিথিলেশ তিৱাৰীক বৈকুঠপুৰ আৰু পাটলিপুত্ৰৰ লোকসভাৰ প্ৰাৰ্থী ৰামকৃপাল যাদৱক দানাপুৰৰ পৰা টিকট প্ৰদান কৰিছে।

ইয়াৰ উপৰি বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰীক তাৰাপুৰ, মংগল পাণ্ডেক ছিৱান, সঞ্জীৱ চৌৰসিয়াক দীঘা আৰু ৰজনীশ কুমাৰক তেঘড়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

বিজেপিৰ ৭১ জনীয়া প্ৰথমখন তালিকাত আছে ৯গৰাকী মহিলা, ৫গৰাকী অনুসূচিত জাতি আৰু এগৰাকী অনুসূচিত জনজাতি লোক।

বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰথমখন তালিকাত সকলো শ্ৰেণীৰ লোককেই সামৰি লোৱা পৰিলক্ষিত হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰথম তালিকাত অবিচিৰ ১৭, অতি পিছপৰা শ্ৰেণীৰ ১১, মহিলা ৯ আৰু SC-ST শ্ৰেণীৰ ৬ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে ২৪৩খন আসনযুক্ত বিহাৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত কৰা হ’ব ভোটগণনা।

Tags: Assembly ElectionBiharBJPCandidate List

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025