• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংযম কৰিব লাগিব লিপ্সা! ৰাজ্যৰ এইকেইখন জিলাত নিষিদ্ধ হ’ল গাহৰি মাংস

Nation NE by Nation NE
November 17, 2025
in Top News, অসম
0 0
সংযম কৰিব লাগিব লিপ্সা! ৰাজ্যৰ এইকেইখন জিলাত নিষিদ্ধ হ’ল গাহৰি মাংস
Share on FacebookShare on TwitterWhatsApp
শেহতীয়া সময়ছোৱাত যুৱচামৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গাহৰি মাংসৰ জনপ্ৰিয়তা। পিছে বৰ্তমান সময়ত ৰাজ্যত নিষিদ্ধ কৰা হ’ল গাহৰি মাংস।
গাহৰি মাংস বেচা-কিনাত বাধা আৰোপ কৰিছে প্ৰশাসনে। ৭ খন জিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস। চোৱাইনফ্লুৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰশাসনে ল’লে কঠোৰ সিদ্ধান্ত।
শেহতীয়াভাৱে আফ্ৰিকান চোৱাইনফ্লুৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত লৈছে ভয়ংকৰ ৰূপ। আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ১৬ নৱেম্বৰত এক জাননী জাৰি কৰি আন্তঃজিলা গাহৰি সৰবৰাহ নিষিদ্ধ কৰাৰ লগতে ৭ খন জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
নিয়ম নমনা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ঘোষণা কৰিছে প্ৰশাসনে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত ৰাজ্যত বাহাল থাকিব এই নিষেধাজ্ঞা। কামৰূপ, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট আৰু ডিব্ৰুগড়ত নিষিদ্ধ কৰা হ’ল গাহৰি মাংস। এই জিলাকেইখনত গাহৰি সৰবৰাহতো জাৰি কৰা হৈছে নিষেধাজ্ঞা।
Tags: #AssamBannedPork

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025