• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গা-ধুই আহি বিচনাত টাৱেল ৰখাৰ বাবে বিৰক্তি অনুভৱ পত্নীৰ, বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত দম্পতীৰ

Nation NE by Nation NE
August 1, 2024
in Top News, অসম, বিনোদন, ৰাষ্ট্ৰীয়
0 0
গা-ধুই আহি বিচনাত টাৱেল ৰখাৰ বাবে বিৰক্তি অনুভৱ পত্নীৰ, বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত দম্পতীৰ
Share on FacebookShare on TwitterWhatsApp

পতি-পত্নীৰ মাজত বিবাহ-বিচ্ছেদ হোৱাৰ কাহিনী আপুনি বহুত শুনিছে। বিভিন্ন বিষয়ত পতি-পত্নীৰ মাজত বিবাহ বিচ্ছেদ হয়। বৰ্তমান সময়ত ভাৰতত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ সংখ্যা।

এইবাৰ পতিয়ে গা-ধুই আহি বিচনাত টাৱেল ৰখাৰ বাবে বিবাহ বিচ্ছেদ হ’বলৈ ওলাইছে। লেতেৰা কাপোৰৰ দ’ম বিচনাত থোৱাৰ বাবে পত্নীয়ে বিৰক্তি অনুভৱ কৰি বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা কৰিছে।

পত্নীয়ে কৈছিল যে, স্বামীয়ে এই অভ্যাস সলনি নকৰে। ইয়াকে লৈ দুয়োৰে মাজত বহুতো কাজিয়াৰ সূত্ৰপাত হৈছে। তথাপিও সলনি কৰা নাই স্বামীয়ে অভ্যাস। যাৰ বাবে স্বামীৰ সৈতে থাকিব নিবিচাৰে পত্নীয়ে।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছিল যে, তেওঁ স্বামীৰ অভ্যাসত বিৰক্তি অনুভৱ কৰিছে। লগতে স্পষ্ট কৰি দিছিল যদি স্বামী এতিয়াও অভ্যাস সলনি কৰিব বিচাৰে তেতিয়াহলে বিবাহ বিচ্ছেদ নকৰে বুলিও মন্তব্য পত্নীৰ।

স্বামীয়ে প্ৰায় বিচনাখন নষ্ট কৰে। বাহিৰৰ পৰা আহি বিচনাখনত লেতেৰা কাপোৰ পেলাই দিয়ে। নাইবা তেওঁ বাহিৰৰ পৰা অহা কাপোৰ সলনি নকৰে। সেই লেতেৰা কাপোৰেৰে শুই থাকে স্বামীয়ে।

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী এজন ৰান্ধনী। তেওঁৰ কাপোৰবোৰ সদায় তেল আৰু মচলাৰে দাগ যুক্ত হৈ থাকে। যেতিয়াই তেওঁ ঘৰলৈ আহে মই তেওঁক কাপোৰ সলনি কৰিবলৈ কওঁ। কিন্তু তেওঁ মোৰ কথা নুশুনে। যাৰবাবে আমি পৃথকে থকাটো উচিত বুলি মন্তব্য কৰিছে পত্নীয়ে।

একে সময়তে মহিলাগৰাকীয়ে কৈছিল, মই বিবাহ বিচ্ছেদ হোৱাৰ কথা ভবা নাই। যদি মোৰ স্বামী এতিয়াও মোৰ আজ্ঞা পালন কৰিবলৈ সাজু হয় মই বিবাহ বিচ্ছেদ নকৰো। কাৰণ মই তেওঁক ভাল পাওঁ। কিন্তু মই নাভাবো যে তেওঁ নিজৰ স্বভাৱ উন্নতি কৰিব।

Tags: #Assamdivorcehusband-wifeIndia

Related Posts

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026

শীৰ্ষ সংবাদ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025