• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ

Nation NE by Nation NE
January 2, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ
Share on FacebookShare on TwitterWhatsApp

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ ৰাজনীতি অতি অস্থিৰ হৈ পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ তথা আৱামী লীগৰ মুখ্য কৌশলবিদ ছাজিব ৱাজেদে অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইয়াৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ বিৰুদ্ধে গণতন্ত্ৰক ভেঙুচালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ সৰ্ববৃহৎ দলটোক নিৰ্বাচনৰ পৰা বাদ দিয়াটো সংস্কাৰ নহয় বৰঞ্চ ইচ্ছাকৃত ৰাজনৈতিক ষড়যন্ত্ৰ।

তেওঁ অভিযোগ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় কৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে এটা শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে স্পষ্ট কৰি দিয়ে যে, ২০২৬ ৰ ফেব্ৰুৱাৰী মাহত হবলগীয়া সাধাৰণ নিৰ্বাচনত আৱামী লীগে অংশগ্ৰহণ কৰিব নোৱাৰে।

ইফালে ইউনুছ চৰকাৰে কয় যে, দলটোৰ ৰাজনৈতিক কাম-কাজ নিষিদ্ধ কৰা হৈছে আৰু পঞ্জীয়ন স্থগিত ৰখা হৈছে। মুখ্য উপদেষ্টাগৰাকীৰ প্ৰেছ সচিব ছফিকুল আলমে ঢাকাত সাংবাদিকৰ আগত কয় যে চৰকাৰৰ স্থিতি স্পষ্ট আৰু নিষেধাজ্ঞা উঠাই লোৱাৰ কোনো বিবেচনা নাই। ছাজিব ৱাজেদে কয় যে, আৱামী লীগ কোনো নিঃকীন দল নহয়, বৰঞ্চ দেশৰ প্ৰায় ৪০ৰ পৰা ৬০ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰা এক দল। গতিকে দলটোক নিৰ্বাচনৰ পৰা বাদ দিয়াৰ অৰ্থ হ’ল লাখ লাখ লোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা। তেওঁ সামাজিক মাধ্যমত লিখিছে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত গণতন্ত্ৰৰ পুনৰুদ্ধাৰ নহয়, বৰঞ্চ গণতান্ত্ৰিক অধিকাৰ অস্বীকাৰ কৰাহে হ’ব।

উল্লেথ্য যে ২০২৪ চনত ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শ্বেখ হাছিনা চৰকাৰৰ পতন হৈছিল।ইয়াৰ পিছতে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ গঠন হয়। ২০২৫ চনৰ মে’ মাহত ইউনুছ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত আৱামী লীগৰ কাৰ্যকলাপ নিষিদ্ধ কৰে। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে আৱামী লীগৰ পঞ্জীয়নো নিলম্বিত কৰে। ইউনুছ চৰকাৰে দাবী কৰে যে, ২০২৪ চনৰ প্ৰতিবাদৰ সময়ত বাংলাদেশত যি ৰাজনৈতিক হিংসা সংঘটিত হৈছিল, তাৰ বাবে আৱামী লীগেই জগৰীয়া।ইফালে আকৌ ছাজিব ৱাজেদে এইয়া ৰাজনৈতিক প্ৰতিশোধৰ বাবে হোৱা বুলি দাবী কৰে।

Tags: BangladeshMuhammad YunusSheikh Hasina

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025