• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা

Nation NE by Nation NE
January 8, 2026
in Top News, অসম
0 0
হিন্দু কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৬০ বছৰীয়া আলেফ ভূঞাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত দিনেই বৃদ্ধি হৈছে মহিলাৰ ওপৰত নি*ৰ্যা*ত*নৰ ঘটনা। এইবাৰ পুনৰ কামনাৰ বলি হল এগৰাকী হিন্দু কিশোৰী। এগৰাকী ১৩ বছৰীয়া কিশোৰীগৰাকীৰে কুকৰ্ম সংঘটিত কৰে ৬০ বছৰীয়া এগৰাকী লম্পটে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটাৰ বাটগাঁও নয়াপাৰাত। ১৩ বছৰীয়া হিন্দু কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে তাৰাবাৰী থানাৰ অন্তৰ্গত মতাবৰী গাঁৱৰ ৬০ বছৰীয়া ধৃত আলেফ ভূঞাই।

ঘটনাৰ বিৱৰণ অনুসৰি ৰাস্তাৰে গৈ থকাৰ সময়তে মুখত সোপা দি নিজৰ ঘৰলৈ লৈ গৈ ১৩বছৰীয়া কিশোৰীগৰাকীৰে কুকৰ্ম সংঘটিত কৰে লম্পট আলেফ ভূঞাই। এই জঘন্য কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে লম্পট আলেফে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি নিশা অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। উত্তেজিত লোকে লম্পট আলেফ ভূঞাৰ গৃহত অগ্নিসংযোগ কৰে। নিশাই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষী। অভিযুক্ত আলেফ ভূঞাক ধৰি আনি মৃ*ত্যু*দ*ণ্ডৰ দিয়াৰ দাবী জনাই স্থানীয় ৰাইজে। আৰক্ষীয়ে কোনোমতে নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি।

বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। অভিযুক্ত আলেফ ভূঞা বিৰুদ্ধে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Tags: #AssamBarpeta Newsmolest

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025