• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অশান্ত বাংলাদেশত মৃতকৰ সংখ্যা ৯১; শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি সৰ্বাত্মক প্ৰতিবাদ

      Nation NE by Nation NE
      August 5, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      অশান্ত বাংলাদেশত মৃতকৰ সংখ্যা ৯১; শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি সৰ্বাত্মক প্ৰতিবাদ
      Share on FacebookShare on TwitterWhatsApp

      পুনৰ অশান্ত হৈছে বাংলাদেশৰ পৰিস্থিতি। প্ৰতি মুহূৰ্তত বাঢ়িছে বাংলাদেশত মৃতকৰ সংখ্যা। দেওবাৰে বাংলাদেশত সংঘৰ্ষ আৰু আৰক্ষীৰ গুলীচালনাত প্ৰায় ৯১ জন লোক নিহত আৰু শ শ লোক আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

      ইফালে, প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলিছে। আৰক্ষীয়ে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু শিলশুটি নিক্ষেপ কৰিছে।

      উল্লেখ্য যে, ১৯ জুলাইত চৰকাৰী চাকৰিত সংৰক্ষণ বাতিল ৰখাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদত ৬৭ জন লোক নিহত হয়। একেদৰে দেওবাৰৰ সংঘৰ্ষত প্ৰায় ১৩ জন আৰক্ষী নিহত হৈছিল।

      আনহাতে, বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে দেওবাৰে ৬ বজাৰ পৰা দেশখনত অনিৰ্দিষ্টকালৰ বাবে সান্ধ্ৰ আইন জাৰি কৰিছে।

      লগতে, সোমবাৰৰ পৰা তিনিদিনীয়া সাধাৰণ বন্ধৰ ঘোষণা কৰা হৈছে দেশখনত। সান্ধ্ৰ আইনৰ লগতে ইন্টাৰনেট কৰ্তন কৰা হৈছে।

      বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ এলাৰ্ট

      বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশ মন্ত্ৰালয়ে সতৰ্কবাণী জাৰি কৰিছে। বাংলাদেশৰ পৰিস্থিতি শান্ত নোহোৱা পৰ্যন্ত বাংলাদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে বিদেশ মন্ত্ৰালয়ে।

      বাংলাদেশত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ জাৰি

      বিদেশ মন্ত্ৰালয়ে বাংলাদেশত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ জাৰি কৰিছে।  পৰিস্থিতি বেয়া হ’লে ঢাকাত থকা ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

      শ্বেখ হাছিনা চৰকাৰলৈ প্ৰত্যাহ্বান

      বিগত ২০ বছৰৰ মূৰত শ্বেখ হাছিনা চৰকাৰলৈ এইয়া এক বৃহৎ প্ৰত্যাহ্বান। শ্বেখ হাছিনাই চতুৰ্থবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে সংৰক্ষণ ব্যৱস্থাক লৈ হোৱা আন্দোলন শ্বেখ হাছিনাৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

      যোগাযোগ ব্য়াহত হৈছে বাংলাদেশত

      দেওবাৰে প্ৰতিবাদকাৰীসকলে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলিছে। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। অকল ঢাকাত নহয় সমগ্ৰ দেশখনতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইফালে, নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বৈঠকত শ্বেখ হাছিনাই আন্দোলনকাৰী সকল প্ৰতিবাদকাৰী নহয়, আতংকবাদী বুলিহে দাবী কৰিছে।

      Tags: #AssamBangladeshBanladeshprotestPM

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist