• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অশান্ত বাংলাদেশত মৃতকৰ সংখ্যা ৯১; শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি সৰ্বাত্মক প্ৰতিবাদ

Nation NE by Nation NE
August 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অশান্ত বাংলাদেশত মৃতকৰ সংখ্যা ৯১; শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি সৰ্বাত্মক প্ৰতিবাদ
Share on FacebookShare on TwitterWhatsApp

পুনৰ অশান্ত হৈছে বাংলাদেশৰ পৰিস্থিতি। প্ৰতি মুহূৰ্তত বাঢ়িছে বাংলাদেশত মৃতকৰ সংখ্যা। দেওবাৰে বাংলাদেশত সংঘৰ্ষ আৰু আৰক্ষীৰ গুলীচালনাত প্ৰায় ৯১ জন লোক নিহত আৰু শ শ লোক আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে, প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলিছে। আৰক্ষীয়ে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু শিলশুটি নিক্ষেপ কৰিছে।

উল্লেখ্য যে, ১৯ জুলাইত চৰকাৰী চাকৰিত সংৰক্ষণ বাতিল ৰখাৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদত ৬৭ জন লোক নিহত হয়। একেদৰে দেওবাৰৰ সংঘৰ্ষত প্ৰায় ১৩ জন আৰক্ষী নিহত হৈছিল।

আনহাতে, বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে দেওবাৰে ৬ বজাৰ পৰা দেশখনত অনিৰ্দিষ্টকালৰ বাবে সান্ধ্ৰ আইন জাৰি কৰিছে।

লগতে, সোমবাৰৰ পৰা তিনিদিনীয়া সাধাৰণ বন্ধৰ ঘোষণা কৰা হৈছে দেশখনত। সান্ধ্ৰ আইনৰ লগতে ইন্টাৰনেট কৰ্তন কৰা হৈছে।

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ এলাৰ্ট

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশ মন্ত্ৰালয়ে সতৰ্কবাণী জাৰি কৰিছে। বাংলাদেশৰ পৰিস্থিতি শান্ত নোহোৱা পৰ্যন্ত বাংলাদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে বিদেশ মন্ত্ৰালয়ে।

বাংলাদেশত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ জাৰি

বিদেশ মন্ত্ৰালয়ে বাংলাদেশত থকা ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ জাৰি কৰিছে।  পৰিস্থিতি বেয়া হ’লে ঢাকাত থকা ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

শ্বেখ হাছিনা চৰকাৰলৈ প্ৰত্যাহ্বান

বিগত ২০ বছৰৰ মূৰত শ্বেখ হাছিনা চৰকাৰলৈ এইয়া এক বৃহৎ প্ৰত্যাহ্বান। শ্বেখ হাছিনাই চতুৰ্থবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে সংৰক্ষণ ব্যৱস্থাক লৈ হোৱা আন্দোলন শ্বেখ হাছিনাৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

যোগাযোগ ব্য়াহত হৈছে বাংলাদেশত

দেওবাৰে প্ৰতিবাদকাৰীসকলে শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলিছে। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। অকল ঢাকাত নহয় সমগ্ৰ দেশখনতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইফালে, নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বৈঠকত শ্বেখ হাছিনাই আন্দোলনকাৰী সকল প্ৰতিবাদকাৰী নহয়, আতংকবাদী বুলিহে দাবী কৰিছে।

Tags: #AssamBangladeshBanladeshprotestPM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025