• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

Nation NE by Nation NE
May 9, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ ৰাজনীতিত ২০২৬ চনৰ নিৰ্বাচনে এক ডাঙৰ পৰিবৰ্তন আনিছে। যি সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া দুৰ্গ ছিন্ন-বিছিন্ন হৈ পৰিছে, সেই সময়তে এই বিজয়ৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে শুভেন্দু অধিকাৰীয়ে। শুভেন্দু অধিকাৰীয়ে কেৱল নিজৰ পৰম্পৰাগত আসনখন ধৰি ৰখাই নহয়, মমতা বেনাৰ্জীৰ সমষ্টি ভৱানীপুৰতো প্ৰৱেশ ১৫ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে।

কিন্তু এই ৰাজনৈতিক দণ্ডৰ মাজতে শুভেন্দু অধিকাৰীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আগ্ৰহী বহুজন। বৰ্তমানলৈকে লাইমলাইটৰ বাহিৰত থকা শুভেন্দু অধিকাৰীৰ জীৱনৰ পৃষ্ঠাবোৰ উলটি চাওঁ আহক-

আজি যেতিয়া শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জী বংগত তিক্ত প্ৰতিদ্বন্দ্বী।পিছে তেএঁলোকৰ মাজত এক আমোদজনক সাদৃশ্যও দেখা গৈছে। দুয়োজনে সমগ্ৰ জীৱন সমাজ আৰু ৰাজনীতিৰ বাবে উৎসৰ্গা কৰি কেতিয়াও বিবাহত বহা নাই। যেতিয়াই শুভেন্দু অধিকাৰীক তেওঁৰ অবিবাহিত অৱস্থাক লৈ প্ৰশ্ন কৰা হয়, তেতিয়াই তেওঁৰ উত্তৰবোৰ অতি গুৰুতৰ হৈ আহিছে। শুভেন্দুৰ বিশ্বাস যে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গিত। ১৯৮৭ চনত যেতিয়া তেওঁ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া ক্ৰমান্বয়ে তেওঁ ৰাজনীতিৰ প্ৰতি ইমানেই নিষ্ঠাবান হৈ পৰিছিল যে পৰিয়াল গঢ়ি তোলাৰ চিন্তাও পিছ পৰি ৰৈছিল। বংগৰ তিনিগৰাকী মহান স্বাধীনতা সংগ্ৰামী— সতীশ সমান্ত, সুশীল ধৰ আৰু অজয় ​​মুখাৰ্জীক তেওঁ নিজৰ আদৰ্শ বুলি গণ্য কৰে। তিনিওজনে গোটেই জীৱন অবিবাহিত হৈ থাকি জাতিৰ সেৱাত নিজকে সমৰ্পিত কৰিছে। গতিকে তেৱোঁ তেওঁলোকৰ পথ অনুসৰণ কৰাৰ সংকল্প লয়।

তেওঁ ধেমালিতে কয় যে, অবিবাহিত হোৱাৰ এক ডাঙৰ “ইতিবাচক” দিশ হ’ল তেওঁৰ কাম কৰিবলৈ যথেষ্ট সময় থাকে। ২৪ ঘণ্টাই ৰাজহুৱা স্থানত থাকিবলৈ বাধা দিয়া কোনো দায়িত্ব তেওঁৰ নাই। তেওঁ সম্পূৰ্ণৰূপে পিতৃ-মাতৃৰ প্ৰতি নিষ্ঠাবান আৰু তেওঁৰ মতে নিজৰ সন্তান বা পৰিয়ালক আগুৱাই নিবলৈ ক্ষমতা ব্যৱহাৰ কৰাটো এক দোষ, যিটো তেওঁ এৰাই চলিব বিচাৰিছিল।

Tags: BJPCMWest Bengal

Related Posts

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ
Top News

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

May 9, 2026
ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…
Top News

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

May 9, 2026
বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026

শীৰ্ষ সংবাদ

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025