• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 31, 2026
30 °c
Guwahati
30 ° Tue
29 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 31, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

আজি IPL-২০২৬ৰ ফাইনেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ’ব গুজৰাট টাইটানছ। সন্ধিয়া ৭.৩০ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচখন। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্যৰে নামিব RCB।

নতুন দিল্লীত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। সাক্ষাতৰ সময়ত ৰাজ্যৰ ১,৩০০ কিল’মিটাৰতকৈ অধিক ৰে’লপথ সম্প্ৰসাৰণ তথা ৫০টাৰো অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনিৰ বিভিন্ন দিশক লৈ আলোচনা কৰে মন্ত্ৰীদ্বয়ে।

১৫হাজাৰ টকা দিয়েই বাংলাদেশৰ পৰা ভাৰতলৈ আহে বাংলাদেশী। কেমেৰাৰ সন্মুখত সীমান্তত বাংলাদেশীৰ বিস্ফোৰক স্বীকাৰোক্তি। এৰাতিৰ ভিতৰতে দালালক টকা দি ভাৰতীয় হোৱা বাংলাদেশীক বিতাৰণৰ নিৰ্দেশ শুভেন্দু চৰকাৰৰ। মমতা বেনাৰ্জীৰ শাসন উফৰাই বংগত বাংলাদেশীৰ বিৰুদ্ধে এক্সন বিজেপিৰ।

দক্ষিণ ২৪ পৰগনা জিলাৰ সোণাৰপুৰ ভ্ৰমণৰ সময়ত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীক আক্ৰমণৰ বলি হোৱাৰ অভিযোগত শনিবাৰে পশ্চিম বংগৰ ৰাজনীতিত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। এই ঘটনাই টিএমচি আৰু বিজেপিৰ মাজত দোষাৰোপ কৰাৰ খেলৰ সৃষ্টি কৰাৰ বিপৰীতে বিভিন্ন বিৰোধী দলৰ নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিৰ্বাচনৰ পিছৰ হিংসাত ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰিবলৈ গৈ সোণাৰপুৰত আছিল অভিষেক বেনাৰ্জী। তেওঁৰ কনভয় আৰু সভাস্থলীত ইটা, শিল, কণী নিক্ষেপ কৰা বুলি অভিযোগ উঠিছে। বিজেপি সমৰ্থকে এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে টিএমচিয়ে।

২৯ মে’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হৰমুজ জলদ্বীপত আমেৰিকাৰ নৌসেনাৰ অৱৰোধ প্ৰত্যাহাৰ সন্দৰ্ভত এক বৃহৎ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে, আমেৰিকাই হৰমুজ জলদ্বীপত নৌসেনাৰ অৱৰোধ উঠাই ল’বলৈ সাজু যদিও ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ বা বোমা নিৰ্মাণ কৰিবলৈ সন্মত হ’ব লাগিব। তেওঁ ইৰাণক অতি সোনকালে চূড়ান্ত সিদ্ধান্ত ল’বলৈ আহ্বান জনায়।

Tags: Latest newsmorning newsnews update

Related Posts

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি
Top News

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

May 31, 2026
অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ
Top News

অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

May 31, 2026
৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা
Top News

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

May 31, 2026
আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য
Top News

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

May 31, 2026
ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি
Top News

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

May 31, 2026
মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?
Top News

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

May 31, 2026

শীৰ্ষ সংবাদ

এসময়ৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী বৰ্তমান পথৰ ভিক্ষাৰী, ধৰা পৰিল চুৰি কৰি

অভিষেক বেনাৰ্জীৰ পিছত এইবাৰ লক্ষ্য মমতা বেনাৰ্জীৰ আন এগৰাকী ঘনিষ্ঠ সহায়ক; আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ

৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

আমেৰিকাক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ, আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য

ৰাজস্থানত বালিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ ধাৰণ, দিনতেই অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি

মন্দিৰত থকা ‘VIP সংস্কৃতি’ৰ বাবে আদালতো অস্বস্তিত! ভগৱানৰ সমুখত সাধাৰণ আৰু বিশেষৰ মাজত পাৰ্থক্য কিয়?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025