• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 2, 2026
29 °c
Guwahati
29 ° Thu
28 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 2, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

অহা ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব।নতুন মন্ত্ৰীৰ তালিকা লৈ অসমত মুখ্যমন্ত্ৰীৰ ঘোষণা।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতেই এই সিদ্ধান্ত লোৱা হয়। মন্ত্ৰিত্বক লৈ বিজেপি বিধায়কৰ মাজত ব্যাপক উৎকণ্ঠাই বিৰাজ কৰিছে।

নলবাৰীৰ ছাত্ৰনেতাৰ হত্যাকাৰী আছিফ খান ওৰফে ৰ’জ আলীৰ পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে। ৫খনকৈ গাঁৱৰ ৰাইজে আছিফ খানৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত। ৰাজহুৱা কৱৰস্থানত কবৰ দিবলৈ নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা। বনগাঁৱৰ এখন বিদ্যালয়ৰ ৪ গৰাকী ছাত্ৰী সন্ধানহীন। এই সন্ধানহীন কিশোৰীকেইগৰাকী ৰুমী বৰুৱা, নিৰুপমা ৰয়, আয়ুশ্ৰী সিং আৰু হিয়াশ্ৰী। সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিছতেই নিখোঁজ এই ছাত্ৰীকেইগৰাকী।

মহাৰাষ্ট্ৰৰ বীদ জিলাত NEET পৰীক্ষাৰ কাগজ ফাদিল কৰাৰ অভিযোগত পিভি কুলকাৰ্ণীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। অনুমতি অবিহনে নিৰ্মাণ হৈ থকা এটা বিলাসী ঘৰ বুলডজাৰেৰে ভাঙি পেলাইছে পৌৰ নিগমে। এসপ্তাহ পূৰ্বে পৌৰসভাই জাননী জাৰি কৰিছিল যদিও নিৰ্মাণ কাৰ্য বন্ধ হোৱা নাছিল। ইয়াৰ পিছতে ১ জুনৰ পৰা গধুৰ আৰক্ষী বাহিনীৰ সৈতে পৌৰসভাৰ দলটোৱে এই অভিযান আৰম্ভ কৰে। এই কাৰ্য ২ জুনতো অব্যাহত থাকিব।

আমেৰিকাই এতিয়া প্ৰস্তুত কৰি আছে যুদ্ধ বিমান। আমেৰিকাৰ সেনাই কম খৰচত সেইবোৰৰ বিকাশৰ বাবে কাম কৰি আছে। ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যত সংঘাত আৰু যুদ্ধ চলি থকা সময়তে আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। এই যুদ্ধৰ সময়ত এই ধৰণৰ ড্ৰ’ন অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। পেন্টাগনৰ মতে আমেৰিকাই নিজৰ ড্ৰ’ন ক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সেয়েহে ড্ৰ’ন ডমিনেন্স নামৰ ১৮ মাহৰ প্ৰতিযোগিতা আৰম্ভ কৰি শ্ৰেষ্ঠ প্ৰস্তুতকাৰীক চিনাক্ত কৰিছে।

Tags: Latest newsmorning newsnews update

Related Posts

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ
Top News

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

June 2, 2026
ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ
Top News

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

June 2, 2026
হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?
Top News

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

June 2, 2026
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Top News

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

June 2, 2026
১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…
Top News

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

June 2, 2026
গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা
Top News

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

June 2, 2026

শীৰ্ষ সংবাদ

কোটি টকাৰ এটা কল অন্তৰ্ধান! সংগ্ৰহালয়ৰ পৰা চুৰি এক বিখ্যাত শিল্পকৰ্ম, আৰক্ষীৰ তদন্ত আৰম্ভ

ফিল্মী ষ্টাইলত আটক টিএমচিৰ প্ৰাক্তন বিধায়ক! উত্তৰ প্ৰদেশত ফৰ্চুনাৰ গাড়ীৰে পলায়ন কৰা এইগৰাকী বিধায়কক আটক বংগ আৰক্ষীৰ

হঠাতে গৰু বা ম’হলৈ ৰূপান্তৰিত হৈ পৰে মানুহ, আকৌ মানৱ শৰীৰ হৈ পৰে শিলৰ দৰে কঠিন, কিন্তু ইয়াৰ কাৰণ কি?

ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…

১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া! মেটাৰ লগতে বহু প্ৰযুক্তি কোম্পানীৰ চিন্তা বৃদ্ধি…

গেছ-বিজুলীৰ প্ৰয়োজন শেষ! পানী আৰু ইথানলেৰে চলিব চৌকা, কেন্দ্ৰৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025