• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ প্ৰধান মহম্মদ ইউনুছৰ A to Z

Nation NE by Nation NE
August 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ প্ৰধান মহম্মদ ইউনুছৰ A to Z
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতে নবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’বলৈ গৈ আছে। জানো আহক মহম্মদ ইউনুছৰ বিষয়ে কেইটামান জানিবলগীয়া কথা।

ক’ৰ পৰা অধ্যয়ন কৰিছিল মহম্মদ ইউনুছে?

ইউনুছৰ জন্ম ১৯৪০ চনৰ ২৮ জুনত তেতিয়াৰ পূব বংগৰ চিটাগঙত হৈছিল। যি পিছলৈ বাংলাদেশৰ অন্তৰ্ভুক্ত হৈছিল। মহম্মদ ইউনুছে চিটাগঙৰ এখন বিদ্যালয়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল কিন্তু পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

১৯৫৭ চনত মহম্মদ ইউনুছে অৰ্থনীতিত বিএ কৰিছিল আৰু ১৯৬০ চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ইউনুছে গৱেষণাৰ বাবে অৰ্থনীতি ব্যুৰোত যোগদান কৰিছিল। ১৯৬৫ চনত ইউনুছে আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ ফুলব্ৰাইট বৃত্তি লাভ কৰে। তেওঁ ১৯৬৫ চনৰ পৰা ১৯৭২ চনলৈ আৰু ১৯৬৯ চনত ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

চিটাগং বিশ্ববিদ্যালয়ত কৰ্মজীৱন আৰম্ভণি

মহম্মদ ইউনুছ ১৯৭২ চনত চিটাগং বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰিছিল। ১৯৭৪ চনত তেওঁ দুৰ্ভিক্ষৰ সময়ত অৰ্থনৈতিক দিশবোৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ১৯৮৩ চনত বাংলাদেশত গ্ৰামীণ বেংকৰ আধাৰশিলা স্থাপন কৰে।

এই বেংকে মাইক্ৰ’ক্ৰেডিট প্ৰদান কৰে (দৰিদ্ৰ লোকসকলক গেৰাণ্টি অবিহনে সৰু ঋণ)। এই পদক্ষেপৰ বাবে ২০০৬ চনত ইউনুছক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়। সেইগৰাকী লোকে এতিয়া বাংলাদেশত নেতৃত্ব দিবলৈ গৈ আছে।

বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰিছে ইউনুছ

বাংলাদেশৰ দায়িত্ব ল’বলৈ যোৱা মহম্মদ ইউনুছে কেইবাখনো কিতাপ লিখি উলিয়াইছে। ইয়াৰ ভিতৰত আছে ‘সামাজিক ব্যৱসায় গঢ়ি তোলা: মানৱতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰা নতুন ধৰণৰ পুঁজিবাদ’ (২০১০) আৰু ‘এ ৱৰ্ল্ড অফ থ্ৰী জিৰোচ: দ্য নিউ ইকনমিক্স অফ জিৰো পাৱাৰ্টি, জিৰো নিবনুৱা, আৰু জিৰো নেট কাৰ্বন এমিছন’ (২০১৭)।

কেইবাটাও বঁটা আজুৰি আনিছে বিনেশ ফ’গাটে

মহম্মদ ইউনুছে কেইবাটাও সন্মান লাভ কৰিছে। যাৰ ভিতৰত আছে বাংলাদেশৰ সন্মানীয় স্বাধীনতা দিৱস বঁটা (১৯৮৭), বিশ্ব খাদ্য বঁটা (আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৯৯৪ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা পদক। প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম (২০০৯) ইত্যাদি। একেদৰে, তেওঁ কিং হুছেইন মানৱতাবাদী বঁটা (জৰ্ডান, ২০০০) লাভ কৰা প্ৰথমগৰাকী লোক।

Tags: BangladeshBangladesh Prime MinisterMuhammad Yunus

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025