• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 5, 2026
29 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 5, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ইতিমধ্যে ৪ জুনত মুখ্যমন্ত্ৰীয়ে ১২ জনীয়া মন্ত্ৰীৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিছে। দিনৰ ১২ বাজি ৪৫ মিনিটত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি ৰাজ্যপালে মন্ত্রীসভাত স্থান লাভ কৰা ১২ জনকৈ বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যর্থনাৰ বাবে অসম অসামৰিক সেৱাৰ ৮ গৰাকী বিষয়াক দায়িত্ব অর্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ১২ মে’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
  • গুৱাহাটীৰ জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। শুই থকা সময়তে একেলগে জ্বলি ছাঁই হ’ল ৪ গৰাকী লোক। কুড্ডুছ আলী,কাজলি বেগম আৰু ২ সন্তানৰ সৈতে কৰুণ ঘটনা। একে পৰিয়ালৰ ৪ গৰাকীকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক। জয়মতী নগৰৰ দুই নম্বৰ বাইলেন’ত এই অগ্নিকাণ্ড। জুইত জাহ গ’ল দুটাকৈ বাসগৃহ। স্থানীয় লোকৰ ভাষ্যৰ অনুসৰি বিস্ফোৰণ ঘটিছিল তিনিটাকৈ চিলিণ্ডাৰ। ঘটনাস্থলীত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, SDRF, NDRF বাহিনীৰ লোক উপস্থিত।
  • বাৰাণসীত প্ৰচণ্ড গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ ফলত ভক্তসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু এই তীব্ৰ উত্তাপৰ মাজতে কাশী বিশ্বনাথ মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ দৰ্শন অব্যাহত আছে। ইফালে ৪ জুনৰ দিনটোত বহুকেইজন ভক্ত হঠাতে মন্দিৰ চৌহদৰ ভিতৰত অসুস্থ হৈ পৰে। লগে লগে তেওঁক মন্দিৰ চৌহদৰ পৰা ওচৰৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। ভক্তজনৰ মৃত্যুত অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হয়।
  • হিমাচল প্ৰদেশৰ কংগ্ৰেছ দলত খহনীয়াৰ সৃষ্টি।  দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক নীৰজ ভাৰতীয়ে হিমাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে হিমাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভিতৰত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। পদত্যাগত তেওঁ মুকলিকৈ ৰাজ্য চৰকাৰৰ কৰ্মশৈলী আৰু প্ৰশাসনিক কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
  • কুৱেইটত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰে যে, কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰাণৰ আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হৈছে। উপসাগৰীয় অঞ্চলত পুনৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইৰাণে কুৱেইট আৰু বাহৰেইনৰ লক্ষ্যস্থানত মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰাৰ বিপৰীতে আমেৰিকাই হৰমুজ জলদ্বীপৰ ওচৰত সামৰিক অভিযান আৰম্ভ কৰিছে।
Tags: Latest newsmorning newsnews update

Related Posts

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য
Top News

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

June 5, 2026
টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…
Top News

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

June 5, 2026
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Top News

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

June 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
আন্তঃ ৰাষ্ট্ৰীয়

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 5, 2026
পুখুৰীৰ পানী যোৱা নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল পথ, প্ৰশাসনৰ বুলড’জাৰ এক্সন আৰম্ভ
Top News

পুখুৰীৰ পানী যোৱা নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল পথ, প্ৰশাসনৰ বুলড’জাৰ এক্সন আৰম্ভ

June 4, 2026

শীৰ্ষ সংবাদ

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025