• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 5, 2026
29 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

Nation NE by Nation NE
June 5, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য
Share on FacebookShare on TwitterWhatsApp

মধ্য প্ৰদেশৰ মন্দসৌৰ জিলাৰ বদাখেদী গাঁৱত চলি থকা এখন শিক্ষানুষ্ঠানৰ তদন্তৰ সময়ত উদ্ধাৰ হৈছে গুৰুতৰ অনিয়ম। বিদ্যালয় পৰিচালনা, ছাত্ৰ-ছাত্ৰীৰ অভিলেখ, হোষ্টেলৰ ব্যৱস্থাৰ সন্দৰ্ভত কেইবাটাও অমিল উন্মোচন হোৱাৰ পিছত মধ্য প্ৰদেশ শিশু সুৰক্ষা আয়োগে শিক্ষা বিভাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে।

খবৰ অনুসৰি আয়োগৰ অধ্যক্ষ ড০ নিবেদিতা শৰ্মাই তিনিদিনীয়া মন্দসৌৰ ভ্ৰমণৰ সময়ত অভাৱনীয়ভাৱে বদাখেদী গাঁৱৰ এখন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। তদন্তৰ সময়ত বিদ্যালয়ৰ আঁৰত তাত এখন মাদ্ৰাছা আৰু হোষ্টেল চলোৱাৰ অভিযোগ উত্থাপন হয়।

পৰিদৰ্শনৰ সময়ত আয়োগে প্ৰতিষ্ঠানটোত উপস্থিত থকা মহিলা ছাত্ৰীৰ সংখ্যা আৰু উপলব্ধ অভিলেখৰ মাজত অমিল পোৱা গৈছে। থিতাতে ১০০ গৰাকীৰো অধিক কিশোৰীৰ সামগ্ৰী উদ্ধাৰ হোৱাৰ বিপৰীতে ৰেকৰ্ডত বিভিন্ন সংখ্যাৰ কথা উল্লেখ কৰা হৈছে। বিষয়াসকলৰ মতে, নথি-পত্ৰ আৰু পৰ্টেলত থকা তথ্যৰ মাজতো অমিল পোৱা গৈছে।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে, প্ৰতিষ্ঠানটোত কেৱল ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ বাবেহে চলাবলৈ অনুমতি দিয়া হৈছিল যদিও প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিতাপ স্কুল কেম্পাছত পোৱা বুলি দাবী কৰা হৈছে। তদুপৰি প্ৰতিষ্ঠানটোৱে উভয় ছাত্ৰ-ছাত্ৰীৰ বাবে স্বীকৃতি লাভ কৰাৰ পিছতো কেৱল ছাত্ৰীক পঢ়োৱাৰ বিষয়টোও তদাৰকীৰ আওতালৈ আহিছে।

এই আয়োগৰ অধ্যক্ষই শিক্ষা বিভাগক বিষয়টোৰ বিশদ তদন্ত কৰি এফআইআৰ দাখিল কৰাৰ পৰামৰ্শকে ধৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে জিলা শিক্ষা বিষয়া টেৰেছা মিঞ্জে কয় যে, স্কুল পৰিদৰ্শনৰ সময়ত কেইবাটাও নিয়ম উলংঘা কৰা যেন পৰিলক্ষিত হৈছে। সেয়া হ’ল- অনুমতি অবিহনে হোষ্টেল চলোৱা,  শিক্ষা বিভাগক অৱগত নকৰাকৈ স্কুলৰ কাম-কাজ চলোৱা আদি দিশৰ তদন্তও চলি থকা বুলিও তেওঁ উল্লেখ কৰে। প্ৰশাসনে এই বিষয়ত নিয়ম অনুসৰি অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিছে।

Tags: MadrasamandsaurSchool

Related Posts

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…
Top News

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

June 5, 2026
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Top News

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

June 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
আন্তঃ ৰাষ্ট্ৰীয়

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 5, 2026
পুখুৰীৰ পানী যোৱা নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল পথ, প্ৰশাসনৰ বুলড’জাৰ এক্সন আৰম্ভ
Top News

পুখুৰীৰ পানী যোৱা নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল পথ, প্ৰশাসনৰ বুলড’জাৰ এক্সন আৰম্ভ

June 4, 2026

শীৰ্ষ সংবাদ

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025