• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩য় আৰু ৪ৰ্থ বৰ্গৰ চৰকাৰী নিযুক্তিৰ বাবে ১৫টা সাম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Nation NE by Nation NE
August 10, 2024
in Top News, অসম
0 0
৩য় আৰু ৪ৰ্থ বৰ্গৰ চৰকাৰী নিযুক্তিৰ বাবে ১৫টা সাম্ভাব্য গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১. বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ কৰা হৈছিল?

উ: ১৯০৯ চনত

২. প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল?

উ: চিহ্নযাত্ৰা

৩. চোৰধৰা অংকীয়া নাটখন কোনে ৰচনা কৰিছিল?

উ: মাধৱদেৱ

৪. বাল্মিকীৰ ৰামায়ণ অসমীয়ালৈ কোনে ৰচনা কৰিছিল?

উ: মাধৱ কন্দলি

৫. প্ৰথম অসনীয়া ছনেট পুথিখনৰ নাম কি আছিল?

উ: মালচ

৬. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?

উ: পদ্মনাথ গোহাঞি বৰুৱা

৭. প্ৰথম অসমীয়া বাতৰিকাকতখন কিমান চনত প্ৰকাশ পাইছিল?

উ: ১৮৪৬ চনত

৮. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উ: নলিনীৱালা দেৱী

৯. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উ: যোৰহাট (যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত)

১০. অসম সাহিত্য সভাৰ আদৰণি গীতটিৰ নাম কি আৰু এই গীতটি কোনে ৰচনা কৰিছিল?

উ: চিৰ চেনেহী মোৰ ভাষা জননী আৰু এই গীতটি মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল।

১১. অসম সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ হোৱা অসমীয়া অভিধানখনৰ নাম কি?

উ: চন্দ্ৰকান্ত অভিধান

১২. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আছিল?

উ: ল’ৰাবন্ধু

১৩. প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি?

উ: ঘৰ জেউতি

১৪. প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি?

উ: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত সেউতি

১৫. প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন?

উ: যতীন্দ্ৰ নাথ দুৱৰা

Tags: #AssamEmploymentGeneral Knowledge

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025