১. কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল?
উ: চুহুংমুং
২. আহোমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?
উ: চুকাফা
৩. কাৰ ৰাজত্বকালত বৰগোঁহাই আৰু বুঢ়াগোঁহাই পদৰ প্ৰৱৰ্তন কৰা হৈছিল?
উ: আহোম স্বৰ্গদেউ চুকাফাৰ দিনত
৪. অসমত কোনে বুৰঞ্জী প্ৰৱৰ্তন কৰিছিল?
উ: আহোম
৫. আহোমৰ প্ৰথম ৰাজধানীখনৰ নাম কি আছিল?
উ: চৰাইদেউ
৬. চাৰিং ৰজাৰ পদ কোনে প্ৰতিষ্ঠা কৰিছিল?
উ: চাও পুলাই
৭. আহোম ৰজাৰ সমাধিৰ টিলাবোৰক কি বুলি কোৱা হয়?
উ: মৈদাম
৮. বামুনি কোঁৱৰ বুলি পৰিচিত আহোম ৰজাজনৰ নাম কি?
উ চুদাংফা
৯. আহোম ৰজাই গা ধুবলৈ ব্যৱহাৰ কৰা ঘৰটোৰ নাম কি?
উ: হোলোং ঘৰ
১০. স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত মুছলমানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উ: ৩বাৰ
১১. কোন চনত চুৰ্বক খানে অসম আক্ৰমণ কৰিছিল?
উ: ১৫৩২ চনত
১২. মুলাগাভৰুৰ স্বামীৰ নাম কি আছিল?
উ: ফ্ৰাচেংমুং
১৩. কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উ: ২ ডিচেম্বৰ
১৪. আহোমৰ শেষ ৰজাজনৰ নাম আছিল?
উ: পুৰন্দৰ সিংহ
১৫. চুকাফাই কেতিয়া আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
উ: ১২২৮ খ্ৰীষ্টাব্দত