• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী

      Nation NE by Nation NE
      August 13, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৰাখী বন্ধনৰ বাবে সাজু প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী
      Share on FacebookShare on TwitterWhatsApp

      দুটা দশকধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিবন্ধন ‘ৰাখী’ ৰে সজ্জিত কৰি অহা কামাৰ শ্বেখে ১৯ আগষ্ট সোমবাৰে ৰাখী বন্ধন উৎসৱৰ বাবে পুনৰ এবাৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি চলাইছে। বিগত ২৯টা বছৰ ধৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধি আহিছে।

      কামাৰ শ্বেখৰ জন্ম হৈছিল কৰাচীৰ এটা মুছলমান পৰিয়ালত। ১৯৮১ চনত তেওঁ মহছিন শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তাৰপাছতেই  তেওঁ ভাৰতলৈ প্ৰব্ৰজন কৰে ইয়াতেই বসতি কৰিবলৈ লয়। শ্বেখে ১৯৯০ চনৰ পৰা বিগত ৩৫টা বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যোগাযোগত আছে।

      তেওঁ প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাতৃজ্ঞান কৰে। প্ৰত্যেক বছৰে ৰাখী বন্ধনৰ বাবে শ্বেখে নিজ হাতেৰে মোদীৰ বাবে ৰাখী সাজি উলিয়ায়।

      ১৯ আগষ্টৰ বাবে শ্বেখে ইতিমধ্যে ৮ ৰ পৰা ১০টা ৰাখী প্ৰস্তুত কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, এই ৰাখীসমূহ তেওঁ বজাৰৰ পৰা ক্ৰয় নকৰে। প্ৰত্যেক বছৰে তেওঁ ৰাখী বন্ধনৰ প্ৰাকমূহুৰ্তত নিজ হাতেৰে ৰাখী তৈয়াৰ কৰে আৰু শেষত যিটো ৰাখীৰেই তেওঁ ভাতৃৰ হাত শোভা দেখে, সেইটো ৰাখীয়েই বান্ধে।”

      লগতে তেওঁ ইয়াকো কয় যে, এই বছৰ তেওঁ যিটো ৰাখী প্ৰস্তুত কৰিছে, সেইটো ভেলভেটত বনাইছে। এই ৰাখীত তেওঁ মুক্তা, ধাতুৰ এমব্ৰইডাৰী আৰু টিক্কি ব্যৱহাৰ কৰিছে। তেওঁ ইয়াকো কয় যে, ৰাখী বন্ধনৰ এদিন আগত দিল্লীলৈ বুলি তেওঁৰ টিকট বুক কৰা হৈছে।

      এগৰাকী ভগ্নী হিচাপে সুদীৰ্ঘ ৩৫টা বছৰ ধৰি তেওঁ নিজ ভাতৃৰ সু-স্বাস্থ্যৰ বাবে তেওঁ সদায় প্ৰাৰ্থনা কৰি আহিছে।

      শ্বেখে ১৯৯০ চনত গুজৰাটৰ তদানীন্তন ৰাজ্যপাল স্বৰ্গীয় ড০ স্বৰূপ সিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰে।

      সেই সময়ত নৰেন্দ্ৰ মোদীও সেই ঠাইত উপস্থিত আছিল। সিঙে তেতিয়া নৰেন্দ্ৰ মোদীক কৈছিল যে, তেওঁ কামাৰ শ্বেখক তেওঁৰ জীয়ৰী বুলি বিবেচনা কৰে।

      এই কথা শুনি প্ৰধানমন্ত্ৰী মোদীয়ে কামাৰ শ্বেখক নিজৰ ভগ্নীৰ মৰ্যাদা দিয়ে। তেতিয়াৰ পৰাই শ্বেখে ৰাখী বন্ধন উৎসৱত মোদীৰ হাতত ৰাখী বান্ধি আহিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, কোভিড মহামাৰীৰ বাবে তেওঁ মাজতে ৩টা বছৰ প্ৰধানমন্ত্ৰীৰ হাতত ৰাখী বান্ধিব পৰা নাছিল।

      Tags: IndiaNarendra ModiPrime Minister

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist