• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

এলৰ্বাট আইনষ্টাইনৰ আছিল ৫টা বিশেষ অভ্যাস… ইয়াৰে এটা অভ্যাস আছিল অতি আমোদজনক

Nation NE by Nation NE
August 14, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
এলৰ্বাট আইনষ্টাইনৰ আছিল ৫টা বিশেষ অভ্যাস… ইয়াৰে এটা অভ্যাস আছিল অতি আমোদজনক
Share on FacebookShare on TwitterWhatsApp

পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ বিষয়ে নজনা ব্যক্তি অতি কম যদিও বহুতে নাজানে বিজ্ঞানী গৰাকীয়ে এৰিব নোৱাৰা ৫টাকৈ বিশেষ অভ্যাস। বিশ্বৰ অন্য মহান বিজ্ঞানী সকলৰ দৰে আইনষ্টাইনো এজন অদ্ভুত স্বভাৱৰ ব্যক্তি আছিল।

উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা মহান বিজ্ঞানী গৰাকীয়ে আপেক্ষিকতাবাদ তত্ত্ব আৰু আধুনিক পদাৰ্থ বিজ্ঞানৰ আবিষ্কাৰক বুলি গণ্য কৰে সকলোৱে। তাত্ত্বিক পদাৰ্থবিদ্যালৈ আগবঢ়োৱা অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয়।

এনে এজন মহান ব্যক্তিৰ ৫টা এৰিব নোৱাৰা অভ্যাসৰ ভিতৰত এটা আছিল অতি বিপদজনক অভ্যাস। তেওঁ কি কি অভ্যাস এৰিব পৰা নাছিল সেই বিষয়ে জানো আহক…….

জানিব পৰা মতে বিজ্ঞানী গৰাকীয়ে টোপনি যোৱাৰ অভ্যাস আছিল সাধাৰণ লোকৰ তুলনাত কিছু পৃথক। বিছনাৰ পৰিৱৰ্তে হাতত চামুচ লৈ আৰ্মচেয়াৰত শুইছিল, তাৰ তলত ধাতুৰ প্লেট এখন ৰখা হৈছিল। কাৰণ টোপনি যোৱাৰ লগে লগে চামুচখন হাতৰ পৰা সৰি প্লেটত খুন্দা মৰাৰ শব্দৰ ফলত যেন সাৰ পায়, যাৰ বাবে এনে পদ্ধতি অৱলম্বন কৰিছিল আইনষ্টাইনে।

আইনষ্টাইনে খোজ কাঢ়ি ভাল পাইছিল। যাৰ বাবে আইনষ্টাইনে দৈনিক খোজ কঢ়াৰ অভ্যাস আছিল। প্ৰিন্সটন বিশ্ববিদ্যালয়ত কাম কৰি থাকোতে তেওঁ ডেৰ মাইল খোজ কাঢ়িছিল আৰু তাৰ পিছত উভতি আহিছিল।

যিকোনো ধৰণৰ ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু আইনষ্টাইনে সেৱন কৰিছিল ধপাত। বহু সময়ত ৰাস্তাত পৰি থকা চিগাৰেটৰ টুকুৰাবোৰ তুলি লৈ বাকী থকা ধঁপাতবোৰ পাইপত ভৰাই পিছলৈ এই ধপাত সেৱন কৰিছিল।

আইনষ্টাইনে মোজা পৰিধান কৰা নাছিল। মোজা পিন্ধাটো অতি কষ্টকৰ অনুভৱ কৰে মহান বিজ্ঞানী গৰাকীয়ে। দ্বিতীয় পত্নী এলছালৈ লিখা এখন চিঠিত পোহৰলৈ আহে এই বিষয়ে আৰু চিঠিখনত লিখা আছিল ‘মই আৱিষ্কাৰ কৰিলোঁ যে ভৰিৰ ডাঙৰ আঙুলিটোৱে সদায় মোজা ফুটা কৰি দিয়ে। গতিকে মোজা পিন্ধা বন্ধ কৰি দিলোঁ।

আইনষ্টাইনে বাৰু কি খাই ভাল পাইছিল ? এনে এজন মহান বিজ্ঞানীয়ে এই সন্দৰ্ভত এবাৰ তেওঁ ধেমালিতে কৈছিল যে তেওঁ স্পাঘেটি (পাস্তা) ভাল পায়।

Tags: Albert EinsteinPhysicistScientistsTheory of Relativity

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025