• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জম্মু-কাশ্মীৰত প্ৰথমটো বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ দিন ঘোষণা আয়োগৰ

Nation NE by Nation NE
August 18, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মু-কাশ্মীৰত প্ৰথমটো বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ দিন ঘোষণা আয়োগৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিশে। ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা কৰ্তন কৰা হৈছিল বিশেষ ৰাজ্যৰ মৰ্যদা। বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰি জম্মু-কাশ্মীৰক স্বায়ত্ব শাসিত পৰিষদ অঞ্চল ঘোষণা কৰা হৈছিল। লাডাখকো কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিছিল কেন্দ্ৰই।

জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। একেদৰে, ২০১৮ চনত বিজেপি আৰু পিডিপিৰ মহাজোঁট বন্ধন চৰকাৰৰ পতন হৈছিল জম্মু-কাশ্মীৰত। সেই সময়ত দুয়োটা দলৰ মত বিৰোধৰ বাবে বিজেপিয়ে পিডিপিৰ পৰা নিজৰ সমৰ্থন উভতাই আনিছিল।

চৰকাৰৰ পতন হোৱাৰ পিছত জম্মু-কাশ্মীৰত বিগত ৬ বছৰৰ পৰাই কেন্দ্ৰৰ শাসন চলিছিল। এই সময়ছোৱাত জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ বাঘজৰী হাতত লৈছিল।

আনহাতে, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী কৰি আহিছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে দিল্লীত এক সংবাদমেলযোগে জনাই, জম্মু-কাশ্মীৰত সৰ্বমুঠ ভোটদাতাৰ সংখ্যা ৮৭.০৯ লাখ।

২০২২ চনত জম্মু-কাশ্মীৰক সীমিত কৰি সাতখন নতুন আসন যোগ দিয়া হৈছে আৰু এতিয়া ৮৩ খন আসনৰ পৰিৱৰ্তে নতুন বিধানসভাত ৯০ খন আসন থাকিব।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰাৰ পিছত জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলবোৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবী জনাইছে। ২০১৯ চনত বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত জম্মু-কাশ্মীৰত দীঘলীয়া কাৰ্ফিউ আৰু নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু ইণ্টাৰনেট কৰ্তন কৰা হৈছিল।

আনহাতে, নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ পিছতে জম্মু-কাশ্মীৰৰ সাধাৰণ লোক, ৰাজনৈতিক দল আৰু বিশ্লেষকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন ঘোষণা সন্দৰ্ভত তেওঁলোকৰ ভিন্ন মতামত প্ৰকাশ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ড০ ফাৰুক আব্দুল্লাই বিবিচিক কয় যে, তেওঁ নিৰ্বাচনৰ ঘোষণাক আদৰণি জনাইছে।

এই সন্দৰ্ভত তেওঁ কয়,”মই আজি বহুত সুখী। এয়া আল্লাৰ অনুগ্ৰহ। উচ্চতম ন্যায়ালয়ৰ সহায়ত নিৰ্বাচন আয়োগে তাৰিখৰ সৈতে নিৰ্বাচন ঘোষণা কৰে, আমি নিৰ্বাচন আয়োগক সকলো ৰাজনৈতিক দলে তেওঁলোকৰ ভূমিকা পালন কৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিম আৰু এই নিৰ্বাচন সুস্থিৰভাৱে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাম।“

উল্লেখ্য যে, নিৰ্বাচন ঘোষণা হোৱাৰ কেইদিনমান পূৰ্বে জম্মু-কাশ্মীৰ চৰকাৰে ১০০ ৰো অধিক বিষয়াক বদলি কৰিছিল।

Tags: Election Commission of IndiaIndiaKashmir Election

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025