• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
24 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জম্মু-কাশ্মীৰত প্ৰথমটো বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ দিন ঘোষণা আয়োগৰ

Nation NE by Nation NE
August 18, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মু-কাশ্মীৰত প্ৰথমটো বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ দিন ঘোষণা আয়োগৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিশে। ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা কৰ্তন কৰা হৈছিল বিশেষ ৰাজ্যৰ মৰ্যদা। বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰি জম্মু-কাশ্মীৰক স্বায়ত্ব শাসিত পৰিষদ অঞ্চল ঘোষণা কৰা হৈছিল। লাডাখকো কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিছিল কেন্দ্ৰই।

জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। একেদৰে, ২০১৮ চনত বিজেপি আৰু পিডিপিৰ মহাজোঁট বন্ধন চৰকাৰৰ পতন হৈছিল জম্মু-কাশ্মীৰত। সেই সময়ত দুয়োটা দলৰ মত বিৰোধৰ বাবে বিজেপিয়ে পিডিপিৰ পৰা নিজৰ সমৰ্থন উভতাই আনিছিল।

চৰকাৰৰ পতন হোৱাৰ পিছত জম্মু-কাশ্মীৰত বিগত ৬ বছৰৰ পৰাই কেন্দ্ৰৰ শাসন চলিছিল। এই সময়ছোৱাত জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ বাঘজৰী হাতত লৈছিল।

আনহাতে, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী কৰি আহিছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে দিল্লীত এক সংবাদমেলযোগে জনাই, জম্মু-কাশ্মীৰত সৰ্বমুঠ ভোটদাতাৰ সংখ্যা ৮৭.০৯ লাখ।

২০২২ চনত জম্মু-কাশ্মীৰক সীমিত কৰি সাতখন নতুন আসন যোগ দিয়া হৈছে আৰু এতিয়া ৮৩ খন আসনৰ পৰিৱৰ্তে নতুন বিধানসভাত ৯০ খন আসন থাকিব।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰাৰ পিছত জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলবোৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবী জনাইছে। ২০১৯ চনত বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত জম্মু-কাশ্মীৰত দীঘলীয়া কাৰ্ফিউ আৰু নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু ইণ্টাৰনেট কৰ্তন কৰা হৈছিল।

আনহাতে, নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ পিছতে জম্মু-কাশ্মীৰৰ সাধাৰণ লোক, ৰাজনৈতিক দল আৰু বিশ্লেষকসকলে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন ঘোষণা সন্দৰ্ভত তেওঁলোকৰ ভিন্ন মতামত প্ৰকাশ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ড০ ফাৰুক আব্দুল্লাই বিবিচিক কয় যে, তেওঁ নিৰ্বাচনৰ ঘোষণাক আদৰণি জনাইছে।

এই সন্দৰ্ভত তেওঁ কয়,”মই আজি বহুত সুখী। এয়া আল্লাৰ অনুগ্ৰহ। উচ্চতম ন্যায়ালয়ৰ সহায়ত নিৰ্বাচন আয়োগে তাৰিখৰ সৈতে নিৰ্বাচন ঘোষণা কৰে, আমি নিৰ্বাচন আয়োগক সকলো ৰাজনৈতিক দলে তেওঁলোকৰ ভূমিকা পালন কৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিম আৰু এই নিৰ্বাচন সুস্থিৰভাৱে অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাম।“

উল্লেখ্য যে, নিৰ্বাচন ঘোষণা হোৱাৰ কেইদিনমান পূৰ্বে জম্মু-কাশ্মীৰ চৰকাৰে ১০০ ৰো অধিক বিষয়াক বদলি কৰিছিল।

Tags: Election Commission of IndiaIndiaKashmir Election

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025