• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

পুনৰ সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা; ১০গৰাকীয়ে প্ৰাণ হেৰুৱাৰ লগতে আহত ২৭ জন

Nation NE by Nation NE
August 19, 2024
in ৰাষ্ট্ৰীয়
0 0
আৰক্ষীৰ জালত ছলমান খান; ৫০ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশত ক্ৰমাত বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা। দৈনিক এটাৰ পিছত আনটোকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ মাজতে পুনৰ আন এক দুৰ্ঘটনাই কঁপাই তুলিছে সমগ্ৰ দেশ ।

এনে এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত। গাজিয়াবাদৰ পৰা আলিগড়লৈ যোৱা এখন মেক্স পিকআপ আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭ জনতকৈ অধিক লোক আহত হয়।

ইয়াৰ ভিতৰত প্ৰায় ১৬ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে নিহত কেইজনকো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰি ঘটনাৰ সৈতে জড়িত লোকসকলৰ ঠিকনা সংগ্ৰহ কৰি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ এই বাৰ্তা প্ৰেৰণ কৰা হৈছে।

আহত আৰু নিহত আটাইকেইজন আলিগড়ৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বুলন্দচহৰ আৰক্ষীৰ মতে, মেক্স পিকআপত যাত্ৰা কৰা আটাইকেইজন লোকেই  আলিগড়ৰ বাসিন্দা আৰু তেওঁলোকে গাজিয়াবাদৰ এটা সুনাম বিস্কুট কোম্পানীত কাম কৰিছিল।

শনিবাৰে নিশা বদৌন-মীৰুট ৰাজ্যিক ঘাইপথ হৈ নিজৰ গাঁও আলিগড়লৈ গৈ আছিল ৰক্ষা বন্ধন উদযাপন কৰিবলৈ। তাৰ পিছতেই বুলন্দচহৰৰ চেলেমপুৰৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পিকআপ ভানখন অতি তীব্ৰবেগত আহি বাছখনত প্ৰচণ্ড খুন্দা মাৰে। তাৰ পিছতেই সংঘৰ্ষৰ শব্দ শুনাৰ মাত্ৰকে ঘৰত শুই থকা লোকেও সাৰ পাই সেই স্থানত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ মতে, দুৰ্ঘটনাটো অতি ভয়াৱহ আৰু মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মৃতকৰ পৰিয়ালৰ লোকেও এই তথ্য লাভ কৰাৰ পাছতে সেই স্থানত উপস্থিত হয়।

এই তথ্য লাভ কৰাৰ লগে লগে ডি এম চন্দ্ৰ প্ৰকাশ সিঙে সেই স্থানত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰি চিএমঅ’ক উন্নত চিকিৎসাৰ বাবে নিৰ্দেশ দিয়ে। ডি এম চি পি সিঙে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শোক প্ৰকাশ কৰে।

Tags: IndiaRoad AccidentUttar Pradesh

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025