• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী

      Nation NE by Nation NE
      August 21, 2024
      in ৰাষ্ট্ৰীয়, ক্ৰীড়া
      0 0
      কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী
      Share on FacebookShare on TwitterWhatsApp

      বিশ্বৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা যুৱৰাজ সিঙক বাৰু কোনে চিনি নাপায়? নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় দলটোৰ বাবে তেওঁ আগবঢ়োৱা বৰঙণি বাৰু কোনে পাহৰিব পাৰিব?

      কিন্তু এই সফল যাত্ৰাৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে বহু সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল। নিজৰ জীৱনকো কেৰেপ নকৰি, তেওঁ দেশৰ হকে খেলি গৈছিল এখনৰ পিছত আনখনকৈ এদিনীয়া বিশ্বকাপৰ খেল।

      অকল ইমানেই নহয়, তেওঁৰ ক্ৰিকেট কেৰিয়াৰতো সংঘটিত হৈছিল আনে নজনা বহু ঘটনা। কিন্তু ইমানৰ মাজতো নিজ প্ৰদৰ্শনেৰে দলটোৰ হকে সদায় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰিছিল কিংবদন্তি ক্ৰিকেটাৰ গৰাকীয়ে।

      টিম ইণ্ডিয়াক ২টাকৈ বিশ্বকাপ উপহাৰ দিয়াৰ সমান্তৰালকৈ টি-২০ ক্ৰিকেটত ৬টা বলত ৬টা ছয়েৰে কৃতিত্ব অৰ্জন কৰা বিশ্বৰ শীৰ্ষ খেলুৱৈ সকলৰ ভিতৰত অন্যতম আছিল যুৱৰাজ সিং।

      এনে এজন খেলুৱৈৰ সফল যাত্ৰাৰ কিছু তথ্য উপস্থাপনৰ বাবে শেহতীয়াকৈ বলিউডৰ এটা অগ্ৰণি সংস্থাই এক পদক্ষেপ লৈছে। টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰে ঘোষণা কৰে যে, অতি শীঘ্ৰে যুৱৰাজ সিঙৰ বায়’পিক নিৰ্মাণ হ’ব আৰু ই কেৱল সমগ্ৰ দেশতেই নহয়, বিশ্বত আলোড়নৰ সৃষ্টি কৰিব।

      ইয়াৰ পূৰ্বে যুৱৰাজৰ বন্ধু তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ওপৰতো এখন ছবি নিৰ্মাণ কৰা হৈছিল, যিখন ছবি ছুপাৰহিট বুলি প্ৰমাণিত হৈছিল।

      যুৱৰাজৰ জীৱন আৰু কেৰিয়াৰ, ছবিৰ চিত্ৰনাট্যতকৈ কম নহয়। তেওঁৰ জীৱনত একচন, নাটক, ট্ৰেজেডী, সকলো আছে। যুৱৰাজ সিঙে কেতিয়াও ক্ৰিকেটাৰ হ’ব বিচৰা নাছিল যদিও পিতৃৰ তাগিদাত তেওঁ ক্ৰিকেটাৰ হ’বলৈ বাধ্য হৈছিল।

      প্ৰাৰম্ভিক পৰ্যায়ত যুৱৰাজক প্ৰশিক্ষণৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদ্ধুৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও তেওঁ যুৱৰাজৰ পিতৃক কয় যে, তেওঁৰ পুত্ৰ কেতিয়াও ক্ৰিকেটাৰ হ’ব নোৱাৰে।

      ইয়াৰ পিছত যুৱৰাজৰ পিতৃয়ে নিজেই যুৱৰাজক প্ৰশিক্ষণ দি চেম্পিয়ন ক্ৰিকেটাৰৰূপে গঢ়ি তুলিছিল। ২০১১ চনৰ বিশ্বকাপৰ সময়ত যুৱৰাজ সিং কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যদিও ইয়াৰ পিছতো এইগৰাকী খেলুৱৈয়ে সমগ্ৰ প্ৰতিযোগিতাখন খেলাই নহয়, টিম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছিল।

      তেওঁৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই ছবিখনত আৰু বহুতো আমোদজনক তথ্যৰ আভাস পাব তেওঁৰ অনুৰাগী তথা দৰ্শকে।

      Tags: #Bollywood#cricketSports

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত
      Top News

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…
      Top News

      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      September 6, 2025
      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist