• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী

Nation NE by Nation NE
August 21, 2024
in ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
কিংবদন্তি ক্ৰিকেটাৰ যুৱৰাজক লৈ বলিউড ছবি; জানিব পাৰিব ক্ৰিকেটাৰ গৰাকীৰ সফল যাত্ৰাৰ আঁৰৰ কাহিনী
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা যুৱৰাজ সিঙক বাৰু কোনে চিনি নাপায়? নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় দলটোৰ বাবে তেওঁ আগবঢ়োৱা বৰঙণি বাৰু কোনে পাহৰিব পাৰিব?

কিন্তু এই সফল যাত্ৰাৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে বহু সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল। নিজৰ জীৱনকো কেৰেপ নকৰি, তেওঁ দেশৰ হকে খেলি গৈছিল এখনৰ পিছত আনখনকৈ এদিনীয়া বিশ্বকাপৰ খেল।

অকল ইমানেই নহয়, তেওঁৰ ক্ৰিকেট কেৰিয়াৰতো সংঘটিত হৈছিল আনে নজনা বহু ঘটনা। কিন্তু ইমানৰ মাজতো নিজ প্ৰদৰ্শনেৰে দলটোৰ হকে সদায় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰিছিল কিংবদন্তি ক্ৰিকেটাৰ গৰাকীয়ে।

টিম ইণ্ডিয়াক ২টাকৈ বিশ্বকাপ উপহাৰ দিয়াৰ সমান্তৰালকৈ টি-২০ ক্ৰিকেটত ৬টা বলত ৬টা ছয়েৰে কৃতিত্ব অৰ্জন কৰা বিশ্বৰ শীৰ্ষ খেলুৱৈ সকলৰ ভিতৰত অন্যতম আছিল যুৱৰাজ সিং।

এনে এজন খেলুৱৈৰ সফল যাত্ৰাৰ কিছু তথ্য উপস্থাপনৰ বাবে শেহতীয়াকৈ বলিউডৰ এটা অগ্ৰণি সংস্থাই এক পদক্ষেপ লৈছে। টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰে ঘোষণা কৰে যে, অতি শীঘ্ৰে যুৱৰাজ সিঙৰ বায়’পিক নিৰ্মাণ হ’ব আৰু ই কেৱল সমগ্ৰ দেশতেই নহয়, বিশ্বত আলোড়নৰ সৃষ্টি কৰিব।

ইয়াৰ পূৰ্বে যুৱৰাজৰ বন্ধু তথা টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ওপৰতো এখন ছবি নিৰ্মাণ কৰা হৈছিল, যিখন ছবি ছুপাৰহিট বুলি প্ৰমাণিত হৈছিল।

যুৱৰাজৰ জীৱন আৰু কেৰিয়াৰ, ছবিৰ চিত্ৰনাট্যতকৈ কম নহয়। তেওঁৰ জীৱনত একচন, নাটক, ট্ৰেজেডী, সকলো আছে। যুৱৰাজ সিঙে কেতিয়াও ক্ৰিকেটাৰ হ’ব বিচৰা নাছিল যদিও পিতৃৰ তাগিদাত তেওঁ ক্ৰিকেটাৰ হ’বলৈ বাধ্য হৈছিল।

প্ৰাৰম্ভিক পৰ্যায়ত যুৱৰাজক প্ৰশিক্ষণৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ নৱজিৎ সিং সিদ্ধুৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও তেওঁ যুৱৰাজৰ পিতৃক কয় যে, তেওঁৰ পুত্ৰ কেতিয়াও ক্ৰিকেটাৰ হ’ব নোৱাৰে।

ইয়াৰ পিছত যুৱৰাজৰ পিতৃয়ে নিজেই যুৱৰাজক প্ৰশিক্ষণ দি চেম্পিয়ন ক্ৰিকেটাৰৰূপে গঢ়ি তুলিছিল। ২০১১ চনৰ বিশ্বকাপৰ সময়ত যুৱৰাজ সিং কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যদিও ইয়াৰ পিছতো এইগৰাকী খেলুৱৈয়ে সমগ্ৰ প্ৰতিযোগিতাখন খেলাই নহয়, টিম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰিছিল।

তেওঁৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই ছবিখনত আৰু বহুতো আমোদজনক তথ্যৰ আভাস পাব তেওঁৰ অনুৰাগী তথা দৰ্শকে।

Tags: #Bollywood#cricketSports

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025