• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগনত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য

Nation NE by Nation NE
August 21, 2024
in Top News, অসম
0 0
স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ অসম বিধানসভা প্ৰাংগনত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

বিদ্যুতৰ বৰ্ধিত মাচুল বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলতে বিদ্যুতৰ মাচুল অধিক বৃদ্ধি পোৱাৰ অভিযোগ তুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনকে ধৰি সাধাৰণ জনতাই ধৰ্মঘট কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

ইয়াকে লৈ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে যে, গৰমৰ দিনত মানুহে ফ্ৰীজ, AC, ফেন বেছিকৈ ব্যৱহাৰ কৰে গতিকে বিল অলপ বেছিকৈ অহাটো স্বাভাৱিক।

লগতে তেওঁ ইয়াকো কয় যে, যিসকল লোকে এই স্মাৰ্ট ইছ্যুটো আনিব, সেইসকল লোকক তেওঁ এটা কথাই অনুৰোধ কৰে যে, বিগত ৩টা বছৰৰ জুলাই মাহৰ তিনিখন বিল লৈ যাতে তেওঁলোকে তুলনা কৰি চায়।

মন্ত্ৰীগৰাকীয়ে এইদৰে কয়, ‘গৰম দিনত মানুহে অলপ ফ্ৰীজ, এচি, ফেন আদি বেছিকৈ ব্যৱহাৰ কৰে। গতিকে, গৰম দিনত বিদ্যুতৰ বিল অলপ বেছি হোৱাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট মিটাৰৰ পৰা বিল বেছি হোৱা বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই’।

মন্ত্ৰীগৰাকীয়ে সেয়ে এপ্ৰিল, মে’, জুন, জুলাই আদি ৪ টা মাহৰ বিল বিগত ৩টা বছৰৰ বিলৰ সৈতে তুলনা কৰি চাবলৈ আহ্বান জনায়।

তেওঁ কয় যে, যদিহে তেওঁক কোনোৱে দেখুৱাই দিব পাৰে যে বিল সঁচাকৈয়ে অস্বাভাৱিকভাৱে বৃদ্ধি হৈছে, তেতিয়া হ’লে ৰাজ্য চৰকাৰে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

Tags: APDCLAssam GovernmentSmart Meter

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025