• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

CMD-এ বিক্ৰী কৰিলে কোম্পানী, কোটিপতি হ’ল কৰ্মচাৰী

Nation NE by Nation NE
August 27, 2024
in ৰাষ্ট্ৰীয়
0 0
CMD-এ বিক্ৰী কৰিলে কোম্পানী, কোটিপতি হ’ল কৰ্মচাৰী

প্ৰধিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ব্যক্তিগত খণ্ডৰ চাকৰিক কেন্দ্ৰ কৰি ভাৰতৰ বহুলোকে জীৱন নিৰ্বাহ কৰি আছে। ব্যক্তিগত খণ্ডৰ চাকৰি বুলি কলেই কৰ্মচাৰীৰ ভয়-শংকা বৃদ্ধি পায়। কিয়নো কোন মুহূৰ্তত চাটাই হ’ব লগা হয় বা কোন মুহূৰ্ততে বিপদ আহিব পাৰে তাৰ কোনো নিশ্চয়তা নাই।

শেহতীয়াকৈ তেনেকুৱা এক অনুভৱ হৈছিল এটা কোম্পানীৰ কৰ্মচাৰীৰ মাজত। কিয়নো স্বত্বাধিকাৰীয়ে কোম্পানীটো বিক্ৰী কৰিব ওলাইছিল। সেই মুহূৰ্ততে কোম্পানীটোৰ কৰ্মচাৰীসকলৰ মাজত চিন্তা বৃদ্ধি পাইছিল। নতুন মালিকে কেনেকুৱা ধৰণৰ নিয়ম বনাই বা কৰ্মচাৰীসকলৰ চাটাই কৰিব নেকি এনেকুৱা হাজাৰটা প্ৰশ্ন মনলৈ আহিছিল সকলোৰে মনত।

অৱশ্যে, কৰ্মচাৰীসকলে ভবাই নাছিল স্বত্বাধিকাৰীয়ে বিক্ৰী কৰিব ওলোৱা কোম্পানীটোয়ে তেওঁলোকৰ জীৱনলৈ আৰ্শীবাদ হৈ আহিব।

শেহতীয়াকৈ ক্লাউড-চিকিউৰিটি কোম্পানী জেস্কেলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জয় চৌধুৰীয়ে বিক্ৰী কৰা কোম্পানীৰ বাবে লাভৱান হৈছিল কৰ্মচাৰীসকল। যেতিয়া তেওঁ ষ্টাৰ্টআপ বিক্ৰী কৰিছিল তেতিয়া ৭০ জন কৰ্মচাৰী কোটিপতি হৈ পৰিছিল।

উল্লেখ্য যে, ৯০ ৰ দশকত ৬৫ বছৰীয়া জয় চৌধুৰীয়ে চিকিউৰিটি নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল।  জয় চৌধুৰীয়ে চিএনবিচিক কৈছিল যে, কোম্পানীৰ বিনিয়োগকাৰীসকলে তেওঁক তেওঁৰ কোম্পানীৰ ভিতৰত কৰ্মচাৰীসকলক ইকুইটি (শ্বেয়াৰ) দিয়াৰ অনুমতি দিছিল। ইয়াৰ বাবে তেওঁ তেওঁৰ বহুতো কৰ্মচাৰীক ইকুইটি দিছিল।

যেতিয়া তেওঁ ১৯৯৮ চনত তেওঁৰ কোম্পানী ভেৰিচাইনক বিক্ৰী কৰিছিল কেৱল জয় চৌধুৰীয়েই নহয় তেওঁৰ কৰ্মচাৰীসকলৰ বিত্তীয় লাভালাভ হৈছিল। কোম্পানী বিক্ৰী কৰাৰ বাবে প্ৰায় ৭০ জন কৰ্মচাৰী কোটিপতি হৈছিল।

উল্লেখ্য যে, জয় চৌধুৰীৰ জন্ম ১৯৫৯ চনত হিমাচল প্ৰদেশৰ উনাৰ পানোহ গাঁৱত হৈছিল। তেখেতৰ পিতৃ এজন কৃষক আছিল। জয় চৌধুৰীৰ সম্পূৰ্ণ নাম জগতাৰ সিং চৌধুৰী। জগতাৰে বিদ্যালয়লৈ যাবলৈ প্ৰতিদিনে ৮ কিলোমিটাৰ খোজ কাঢ়িছিল। তেওঁ বিএইচইউৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনচিনাটি বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে।

Tags: CMDCompanyCrorepatiPrivate Workers

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026

March 16, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025