• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

পাকিস্তানৰ বিৰুদ্ধে খেলৰ পূৰ্বে বিপদত ভাৰত, পূৰ্বে সকীয়াই দিছিল দ্ৰাবিড়ে

Nation NE by Nation NE
June 6, 2024
in ক্ৰীড়া
0 0
পাকিস্তানৰ বিৰুদ্ধে খেলৰ পূৰ্বে বিপদত ভাৰত, পূৰ্বে সকীয়াই দিছিল দ্ৰাবিড়ে
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি আছে আই চি চি টি-২০ বিশ্বকাপ ২০২৪। ভাৰতীয় দলটোৱে প্ৰথম ৩ খন মেচ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত খেলিব। এই ষ্টেডিয়ামখনতে বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিছিল ভাৰতে। মেচখনত ভাৰতে বৃহৎ জয় লাভ কৰিছিল।

ইয়াৰ পিছত বুধবাৰে ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ খেলখনো একেখন খেলপথাৰতে অনুষ্ঠিত হয়, য’ত ভাৰতে জয়লাভ কৰে।

জয়েৰে অভিযান আৰম্ভ কৰিলেও পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে চিন্তাত পৰিছে ভাৰতীয় দল তথা মেনেজমেন্ট।

ইতিমধ্যে এই সন্দৰ্ভত সকীয়াই দিছিল টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে।

উল্লেখ্য যে বাংলাদেশৰ বিৰুদ্ধে প্ৰস্তুতি মেচৰ পূৰ্বেই ৰাহুল দ্ৰাবিড়ে পিটচ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছিল। এই খেলপথাৰত খেলুৱৈয়ে সাৱধানে খেলিব লাগিব, অন্যথা খেলুৱৈ আঘাত পোৱাৰ পূৰ্ণ সম্ভাবনা আছে।

আয়াৰলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত হৈ যোৱা মেচখনত দ্ৰাবিড়ৰ ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয়।

অৰ্ধশতক অৰ্জন কৰাৰ পিছত ৰোহিতৰ সোঁহাতত বলে আঘাত কৰাৰ পিছত খেলপথাৰ ত্যাগ কৰিবলগীয়া হৈছিল।

ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ বেটিং কৰিবলৈ আহিছিল যদিও মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হৈছিল। ভাৰতীয় দলটোৱে বেটিং কৰি থকাৰ সময়তে অকল ৰোহিত শৰ্মাই নহয়, ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয়। অৱশ্যে পন্তৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আমেৰিকাত চলি থকা বিশ্বকাপৰ মেচসমূহ ড্ৰপিং পিটচত চলি থকাৰ বাবে খেলুৱৈসকল আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Related Posts

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
Top News

November 6, 2025
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?
Top News

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

November 2, 2025
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025