• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপুনিও বাৰু ADREত পৰীক্ষাত অৱতীৰ্ণ হ’ব নেকি? তেতিয়াহ’লে পৰীক্ষাৰ্থীসকলে জানি লওঁক এইসমূহ নিয়ম

Nation NE by Nation NE
September 10, 2024
in Top News, অসম
0 0
আপুনিও বাৰু ADREত পৰীক্ষাত অৱতীৰ্ণ হ’ব নেকি? তেতিয়াহ’লে পৰীক্ষাৰ্থীসকলে জানি লওঁক এইসমূহ নিয়ম
Share on FacebookShare on TwitterWhatsApp

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৱেদনকাৰীলৈ চৰকাৰৰ বিশেষ নিৰ্দেশনা।পৰীক্ষাকেন্দ্ৰত প্ৰাৰ্থীসকলে মানিব কেইটাবাটাও নিয়ম।জানো আহক এই নিয়মসমূহ-

  • পৰীক্ষা দিবলৈ যাওঁতে আধাৰ, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্সকে ধৰি যিকোনো এবিধ ফটো পৰিচয়পত্ৰ লৈ যাব লাগিব।
  • OMR শ্বীটত শুদ্ধ উত্তৰ দিওঁতে সাৱধান হ’ব লাগিব।
  • এইবাৰ পৰীক্ষাত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থাকিব, সেয়েহে ভুল উত্তৰ নিৰ্বাচন কৰিলে আপোনাৰ নম্বৰ কৰ্তন কৰা হ’ব।
  • চাৰিটা প্ৰশ্নৰ ভুল উত্তৰ দিলেই কৰ্তন কৰা হ’ব ১ নম্বৰ।
  • এটা প্ৰশ্নৰ বাবে এটাতকৈ অধিক বিকল্প চিহ্নিত কৰিলে প্ৰাৰ্থীসকলে নিগেটিভ মাৰ্কিং লাভ কৰিব।
  • OMR শ্বীটত নিৰ্ধাৰিত স্থানতে প্ৰাৰ্থীসকলে ৰাফ ৱৰ্ক কৰিব পাৰিব।
  • OMR শ্বীটত ৰাফ ৱৰ্ক বা ওপৰা-উপৰিকৈ লিখা বা হোৱাইটনাৰ ব্যৱহাৰ কৰিলে OMR শ্বীট মূল্যায়ন কৰা নহ’ব।
  • পৰীক্ষাৰ অন্তত প্ৰাৰ্থীসকলে OMR উত্তৰবহী, প্ৰশ্ন বুকলেট পৰীক্ষকৰ হাতত জমা দিব লাগিব।
  • প্ৰাৰ্থীসকলে উত্তৰবহী জমা দিয়াৰ অন্তত ফৰ্ম নং ৮ত স্বাক্ষৰ কৰিব লাগিব।
  • স্বাক্ষৰ নকৰিলে প্ৰাৰ্থীজনক অনুপস্থিত বুলি দেখুওৱা হ’ব।
  • পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।
  • উচ্চতৰ মাধ্যমিক স্তৰৰ ৩য় বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।
  • স্নাতক পৰ্যায়ৰ ৩য় বৰ্গৰ পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব।
  • ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৩০ বজাৰ পৰা মেট্ৰিকৰ পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
  • ITI উত্তীৰ্ণসকলকে ধৰি মেট্ৰিক পৰ্যায়ৰ ৪ৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ২৭ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা হ’ব।
  • অষ্টম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে ২৭ অক্টোবৰৰ দুপৰীয়া ১.৩০ বজাৰ পৰা হ’ব।
  • ৩য় বৰ্গৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ১৮ লাখ ৫০ হাজাৰ।
  • চতুৰ্থ শ্ৰেণীৰ পদৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে প্ৰায় ১৩ লাখ ৭০ হাজাৰ।
Tags: #AssamADREGovernment Exam

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025