১.হোমৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?
উ: বালগঙ্গাধৰ তিলকে
২. কোন চনৰ পৰা ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হয়?
উ: ১৯৫৪ চনত
৩. ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?
উ: ওৱাৰেণ হেষ্টিংছ
৪. ভাৰতত পোন প্ৰথমে কোনে টকাৰ প্ৰচলন কৰিছিল?
উ: শ্বেৰচাহে ১৫৪২ চনত
৫.ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি কোনে প্ৰচলন কৰিছিল?
উ: পণ্ডিত জৱাহৰলাল নেহৰু
৬. প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন?
উ: টেনজিং নৰ্গে
৭. প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
উ: আচাৰ্য বিনোৱা ভাৱে ১৫৫৮ চন
৮. ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ কোনে অলংকৃত কৰিছিল?
উ: উমেশচন্দ্ৰ বেনাৰ্জি
৯. ভাৰতৰ সংবিধান এখন সামাজিক দলিল বুলি কোনে কৈছিল?
উ: গ্ৰেণ্ডডাইল অষ্টিন
১০. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম আন্দলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল?
উ: ১৯৬১ চনত, বেলগ্ৰেডত
১১. কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?
উ: ১৯৪৭ চনত
১২. পৰাম্পৰাগত নিৰাপত্তা কৌশলৰ এটা উপাদান কি?
উ: ক্ষমতাৰ ভাৰসাম্য
১৩.কোন চনত সমাজবাদী দল গঠন কৰা হৈছিল?
উ: ১৯২৪ চনত
১৪. দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য অধিক ক্ষতিগ্ৰস্ত হৈছিল?
উ: পঞ্জাৱ আৰু কাশ্মীৰ
১৫. সীমান্ত গান্ধী বুলিলে কাক জনা যায়?
উ: খান আব্দুল গফৰ খান