• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য

      Nation NE by Nation NE
      September 23, 2024
      in Top News, ক্ৰীড়া
      0 0
      খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। য’ত বাংলাদেশৰ এজন বলাৰে  বুমৰাহৰ জোতাত চুমা খোৱা দেখা গৈছে।

      চেন্নাইত খেলা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটোৱে ২৮০ ৰাণত জয়লাভ কৰে। ভাৰতৰ মুখ্য দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহেও এই বিজয়ত এক ডাঙৰ অৱদান আগবঢ়ায়, যিয়ে মেচখনত মুঠ ৫ টা উইকেট দখল কৰে।

      বৰ্তমান তেওঁৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত তেওঁ বেটিং কৰি আছে আৰু বাংলাদেশৰ দ্ৰুত বলাৰ হাছান মাহমুদে তেওঁৰ জোতাত চুমা খাই আছে।

      বাংলাদেশৰ খেলুৱৈ হাছান মাহমুদে ভাৰতৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৫ টা উইকেট দখল কৰিছিল। এইটো মাহমুদৰ চুটি কেৰিয়াৰৰ প্ৰথম ৫ টা উইকেট আছিল, যাৰ পিছত দাবী কৰা হৈছে যে, এই কৃতিত্ব অৰ্জন কৰাৰ পিছতহে তেওঁ নিজৰ আদৰ্শ বুমৰাহৰ জোতা চুমা খাইছিল।

      এই ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে, হাছান মাহমুদে বুমৰাহৰ ভৰিত চুমা খাই আছে। ইফালে বাংলাদেশৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলে এই দৃশ্য দেখি হতবাক হৈ পৰে। কিন্তু এই ভিডিঅ’টোৰ সত্যতা কিমান, জানো আহক-

      সঁচাকৈয়ে বুমৰাহৰ ভৰিত চুমা খোৱা হৈছিলনে?

      এইটো ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰিত এটা উৰাবাতৰি। কিয়নো খেলখনৰ সময়ত এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল। আচলতে হাছান মাহমুদে যশপ্ৰীত বুমৰাহৰ ভৰিত চুমা খাই থকা ছবিখন ভুৱাকৈ সম্পাদনা কৰা হৈছিল। বাস্তৱত এনেধৰণৰ একো হোৱায়েই নাছিল।

      হাছান মাহমুদে পঞ্চম উইকেট লোৱাৰ পিছত প্ৰকৃততে খেলপথাৰত চুমা খাই আছিল। কোনোবাই একেখন ছবি ভুৱাকৈ সম্পাদনা কৰে আৰু ইয়াক যশপ্ৰীত বুমৰাহৰ সৈতে সংযুক্ত কৰে।

      ২৪ বছৰীয়া যুৱ বাংলাদেশী বলাৰ হাছান মাহমুদে প্ৰথম ইনিংছত ৰোহিত শৰ্মা, বিৰাট কোহলী, শুভমান গিল, ঋষভ পন্ত আৰু যশপ্ৰীত বুমৰাহৰ সৈতে পাঁচজন বেটছমেনক আউট কৰে। কিন্তু দ্বিতীয় ইনিংছত তেওঁ কোনো উইকেট ল’ব নোৱাৰে।

      Tags: #cricketSportsTeam India

      Related Posts

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
      Top News

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      July 25, 2025
      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      July 25, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 25, 2025
      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      July 24, 2025

      শীৰ্ষ সংবাদ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist