• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

POCSO ACT: উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান

Nation NE by Nation NE
September 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
POCSO ACT: উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান
Share on FacebookShare on TwitterWhatsApp

উচ্চতম ন্যায়ালয়ে দিয়ে এক বিশেষ ৰায়। ন্যায়ালয়ে কয় যে, শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰা বা চোৱাটো POCSO আইনৰ অধীনত এক অপৰাধ।

কিছুদিন পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক ৰায়দানত কৈছিল যে, শিশুৰ পৰ্ণ ছবি বা ক্লিপ ডাউনলোড কৰা বা চোৱাটো  কোনো অপৰাধ নহয়। পিছে উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। আবেদনখনে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই, য’ত কোৱা হৈছিল যে, শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰা আৰু চোৱাটো POCSO আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত কোনো অপৰাধ নহয়।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটোৰ সলনি ‘শিশু যৌন উৎপীড়ন আৰু শোষণমূলক বিষয়’ শব্দটোৰে সলনি কৰিবলৈ অধ্যাদেশ জাৰি কৰিবলৈ পৰামৰ্শ দিছিল। উচ্চতম ন্যায়ালয়ে সকলো আদালতকে ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো আৰু ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ জে বি পাৰ্দিৱালাই কয় যে, তেওঁলোকে আমাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰি আছে আৰু শিশু অপৰাধীসকলৰ মানসিক অৱস্থাৰ ধাৰণা সম্পৰ্কে সকলো প্ৰাসংগিক ব্যৱস্থা ব্যাখ্যা কৰাৰ বাবে নিৰ্দেশনাও নিৰ্ধাৰণ কৰিছে। আদালতে কেন্দ্ৰক শিশু পৰ্ণগ্ৰাফীৰ সলনি শিশু যৌন উৎপীড়ন আৰু শোষণমূলক বিষয় কৰিবলৈ অধ্যাদেশ জাৰি কৰিবলৈও অনুৰোধ জনাইছে।

প্ৰসংগক্ৰমে যোৱা ১১ জানুৱাৰীত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চেন্নাইৰ এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰিছিল। তেওঁৰ বিৰুদ্ধে শিশু-পৰ্ণ চোৱা আৰু ভিডিঅ’ ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এনে বিষয়ৰ ফটো ব্যক্তিগতভাৱে চোৱাটো POCSO আইনৰ পৰিসৰৰ অন্তৰ্গত নহয়।

সোমবাৰে এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে যুৱকজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলাই যাবলৈ অনুমতি দিয়ে। শিশুৰ যৌন ছবি নিৰ্মাণ, চোৱা আৰু ডাউনলোড কৰাৰ লগতে সেইবোৰ প্ৰকাশ আৰু শ্বেয়াৰ কৰা সকলো অপৰাধ।

Tags: High CourtPocsoSupreme Court

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025