• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

এক ভাল খবৰ…. শীঘ্ৰেই আহিব বন্দে মেট্ৰ’ সেৱা

দ্ৰুত গতিত ইখন চহৰৰ পৰা সিখন চহৰলৈ

Nation NE by Nation NE
June 14, 2024
in অসম, BIG BREAKING, Top News, ৰাষ্ট্ৰীয়
0 0
এক ভাল খবৰ…. শীঘ্ৰেই আহিব বন্দে মেট্ৰ’ সেৱা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

৩০ মিনিটৰ যাত্ৰা মাত্ৰ ১০ মিনিটতে সম্পন্ন হ’ব। অতি দ্ৰুত সেৱা দিয়াৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ। মহানগৰী সমূহত বন্দে মেট্ৰ’ চলোৱাৰ বাবে এখোজ আগবাঢ়িছে কেন্দ্ৰ।

বন্দে ভাৰত এক্সপ্ৰেছৰ সফলতাৰ পিছত এইবাৰ আহিব বন্দে মেট্ৰ’ সেৱা। ইখন চহৰৰ পৰা সিখন চহৰলৈ এঘণ্টাৰ পৰিবৰ্তে ২০ মিনিটতে যাব পাৰিব যাত্ৰী। প্ৰতিখন চহৰত বন্দে মেট্ৰ’সেৱা শীঘ্ৰেই আৰম্ভ কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰত চৰকাৰে।

কম দূৰৈৰ যাত্ৰা মিনিটতে সম্পন্ন কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰ। আৰামদায়ক যাত্ৰা যাতে যাত্ৰীয়ে লাভ কৰে তাৰ বাবে বাবে বন্দে মেট্ৰ’ত থাকিব বহু সুবিধা। প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব। সা-সামগ্ৰী ৰাখিবলৈ অত্যাধুনিক শৈলীৰ বাকচ তৈয়াৰ কৰিছে বিভাগে।

প্ৰতিটো ডবাতে ষ্টেশ্যনৰ নাম, কোচ নম্বৰ, সকলো তথ্য LCDৰ জড়িয়তে প্ৰদৰ্শন কৰা হ’ব। বন্দে মেট্ৰ’ৰ দুৱাৰকে ধৰি সকলোবোৰ স্বয়ংক্ৰিয় হ’ব। ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ বন্দে মেট্ৰ’ত সংস্থাপন কৰা হৈছে KAVACH নামৰ এক ব্যৱস্থা। ১০০জন যাত্ৰী বহিব পৰা আৰামদায়ক আসন থাকিব বন্দে মেট্ৰ’ত। বন্দে মেট্ৰ’ৰ নতুন ডিজাইৰ ডবাসমূহৰ কেইখনমান আলোকচিত্ৰ।

Tags: #VandeBharat #Guwahati

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025