• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমায়াৰ বিৰুদ্ধে দাখিল কৰা হ’ল FIR

Nation NE by Nation NE
September 27, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
পত্নীক ভূমি প্ৰদান কৰি বিপদত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ
Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰমায়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাবলৈ দিয়া সন্মতিক প্ৰত্যাহ্বান জনাই ছিদ্দাৰামায়াই জনোৱা আবেদন কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।

আবেদন খাৰিজ কৰি ন্যায়াধীশ এম নাগপ্ৰসন্নাই কৈছিল, “আবেদনখনত উল্লেখ কৰা কথাবোৰৰ তদন্তৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীৰ পৰিয়াল মুদা ভূমি কেলেংকাৰী গোচৰৰ সৈতে জড়িত, সেয়ে তেওঁৰ আবেদন খাৰিজ কৰা হৈছে।”

ইয়াৰ পিছতে শুকুৰবাৰে ছিদ্দাৰমাইয়াৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে মাইছ’ৰ লোকায়ুক্তই। এফআইআৰৰ প্ৰতিলিপিও আদালতত দাখিল কৰিব লোকায়ুক্তই।

উল্লেখ্য যে, মাইছ’ৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটী চমুকৈ মুদা (MUDA)ই ছিদ্দাৰামায়াৰ পত্নীক চহৰৰ মাজ-মজিয়াতে ১৪টাকৈ স্থানত চৰকাৰী মাটি আৱণ্টন দিছিল।

এই তথ্য পোহৰলৈ অহাৰ পিছতে বেংগালুৰুৰ সমাজকৰ্মী প্ৰদীপ কুমাৰ, টি জে আব্ৰাহাম আৰু মহীশূৰৰ সমাজকৰ্মী স্নেহময়ী কৃষ্ণাই মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত মুদাই ছিদ্দাৰামায়াৰ পত্নীক অবৈধভাৱে ভূমি আৱণ্টন দিয়াৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে তদন্ত চলাব লাগে বুলি দাবী কৰি ৰাজ্যপালৰ ওচৰ চাপিছিল।

দৰাচলতে ১৬ আগষ্টত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচন্দ গেহলটে ১৯৮৮ চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৭এ ধাৰা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ২০২৩ৰ ২১৮ ধাৰাত ছিদ্দাৰমায়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছিল।

ইয়াৰ পিছতে ১৯ আগষ্টত উচ্চ ন্যায়ালয়ত ৰাজ্যপালৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই। কিন্তু ২৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ আবেদন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে মাইছ’ৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটী চমুকৈ মুদা (MUDA)ই ছিদ্দাৰামায়াৰ পত্নীক চহৰৰ মাজ-মজিয়াতে ১৪টাকৈ স্থানত চৰকাৰী মাটি আৱণ্টন দিছিল।

Tags: FIRKarnatakaMUDAMUDA ScamSiddaramaiah

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025