• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে

      Nation NE by Nation NE
      October 2, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে
      Share on FacebookShare on TwitterWhatsApp

      ইজৰাইল আৰু ইৰাণৰ মাজৰ শত্ৰুতা বহু বছৰ পুৰণি। শেহতীয়া সংঘাতৰ ফলত এই শত্ৰুতা আৰু অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ ইজৰাইলে লেবাননৰ ডাহিয়াত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়।

      এই আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহ আৰু দেশখনৰ কমাণ্ডৰৰো প্ৰাণহানি হয়। নছৰল্লাহৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে মঙলবাৰে নিশা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

      ইৰাণে ইজৰাইললৈ প্ৰায় ২০০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। আক্ৰমণৰ পিছত ইৰাণে স্পষ্টকৈ কয় যে, ইজৰাইলৰ ওপৰত এই আক্ৰমণ প্ৰতিশোধ হিচাপে সংঘটিত কৰা হৈছে। যদিহে ইজৰাইলে প্ৰতিশোধ লয়, তেতিয়াহ’লে ইৰাণে পুনৰ আক্ৰমণ কৰিব। আনহাতে এই আক্ৰমণৰ পিছত ইজৰাইলেও প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইজৰাইলৰ ওপৰত ইৰাণৰ এই আক্ৰমণক বহু দেশে সমালোচনা কৰিছে। এনে পৰিস্থিতিত কোন দেশে কি ক’লে, জানো আহক-

      “এই যুদ্ধৰ ভয়াৱহ পৰিণতি হ’ব” – ৰাষ্ট্ৰসংঘ

      ইৰাণৰ এই আক্ৰমণৰ পিছত ৰাষ্ট্ৰসংঘই দুয়োপক্ষক যুদ্ধবিৰতিৰ বাবে আবেদন জনাইছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে, যদি ইজৰাইল আৰু ইৰাণৰ মাজত পুণৰ যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ পৰিণতি গুৰুতৰ হ’ব।

      ফ্ৰান্সেও উদ্বেগ প্ৰকাশ কৰে

      ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতক লৈ উদ্বিগ্ন বুলি কয় ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়ে। বাৰ্নিয়ে কয় যে, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাগতভাৱে বেয়া হৈ গৈ আছে। দুয়োখন দেশৰ মাজত উত্তেজনা বাঢ়িছে আৰু আক্ৰমণ সংঘটিত হৈছে। যিটো সকলোৱে বন্ধ কৰিব লাগিব।

      ভাৰতে এইক্ষেত্ৰত নিজকে আঁতৰাই ৰাখিছে

      আনহাতে ভাৰতে বৰ্তমানলৈকে এই বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছে। শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত ভাৰতে এতিয়াও কোনো বিবৃতি দিয়া নাই। সি যি নহওক, ভাৰত এই সংঘাতত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সম্ভাৱনা কম, ইয়াৰ কাৰণ হ’ল ভাৰত এই বিষয়ত সদায় নিৰপেক্ষ আছিল।

      ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে, সংঘাতৰ সমাধান কেৱল আলোচনাৰ দ্বাৰাহে হ’ব পাৰে, যুদ্ধৰ দ্বাৰা নহয়। অৱশ্যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতে। ছৌদি আৰবেও এই সন্দৰ্ভত এতিয়ালৈকে কোনো বক্তব্য প্ৰকাশ কৰা নাই।

      ইৰাণক সকীয়াই দিলে আমেৰিকাই

      ইজৰাইলৰ ওপৰত আক্ৰমণৰ পিছতেই ইৰাণক সকীয়াই দিয়ে আমেৰিকাই। ইজৰাইলৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে আমেৰিকা। আমেৰিকাই ইৰাণক ইজৰাইলৰ ওপৰত আক্ৰমণ তৎকালীনভাৱে বন্ধ কৰিবলৈ কয় অন্যথা ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব বুলি জানিবলৈ দিয়ে। কোৱা হৈছে যে, আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইতিমধ্যে ইজৰাইলক সকীয়াই দিছিল যে, ইৰাণে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে।

      ৰাছিয়াই কি ক’লে?

      একে সময়তে ইজৰাইল-ইৰাণৰ সংঘাতৰ সন্দৰ্ভতো ৰাছিয়াৰ বক্তব্য ওলাইছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে, মধ্যপ্ৰাচ্যত বাইডেন প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বাইডেন প্ৰশাসনে কেৱল উত্তেজনা বৃদ্ধি কৰিছে।

      Tags: IranIsraelWar

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist