• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে

Nation NE by Nation NE
October 2, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ সন্দৰ্ভত কোন কোন দেশে কি মন্তব্য দিলে
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু ইৰাণৰ মাজৰ শত্ৰুতা বহু বছৰ পুৰণি। শেহতীয়া সংঘাতৰ ফলত এই শত্ৰুতা আৰু অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ ইজৰাইলে লেবাননৰ ডাহিয়াত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়।

এই আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহ আৰু দেশখনৰ কমাণ্ডৰৰো প্ৰাণহানি হয়। নছৰল্লাহৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে মঙলবাৰে নিশা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।

ইৰাণে ইজৰাইললৈ প্ৰায় ২০০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। আক্ৰমণৰ পিছত ইৰাণে স্পষ্টকৈ কয় যে, ইজৰাইলৰ ওপৰত এই আক্ৰমণ প্ৰতিশোধ হিচাপে সংঘটিত কৰা হৈছে। যদিহে ইজৰাইলে প্ৰতিশোধ লয়, তেতিয়াহ’লে ইৰাণে পুনৰ আক্ৰমণ কৰিব। আনহাতে এই আক্ৰমণৰ পিছত ইজৰাইলেও প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইজৰাইলৰ ওপৰত ইৰাণৰ এই আক্ৰমণক বহু দেশে সমালোচনা কৰিছে। এনে পৰিস্থিতিত কোন দেশে কি ক’লে, জানো আহক-

“এই যুদ্ধৰ ভয়াৱহ পৰিণতি হ’ব” – ৰাষ্ট্ৰসংঘ

ইৰাণৰ এই আক্ৰমণৰ পিছত ৰাষ্ট্ৰসংঘই দুয়োপক্ষক যুদ্ধবিৰতিৰ বাবে আবেদন জনাইছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে, যদি ইজৰাইল আৰু ইৰাণৰ মাজত পুণৰ যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ পৰিণতি গুৰুতৰ হ’ব।

ফ্ৰান্সেও উদ্বেগ প্ৰকাশ কৰে

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতক লৈ উদ্বিগ্ন বুলি কয় ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়ে। বাৰ্নিয়ে কয় যে, মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাগতভাৱে বেয়া হৈ গৈ আছে। দুয়োখন দেশৰ মাজত উত্তেজনা বাঢ়িছে আৰু আক্ৰমণ সংঘটিত হৈছে। যিটো সকলোৱে বন্ধ কৰিব লাগিব।

ভাৰতে এইক্ষেত্ৰত নিজকে আঁতৰাই ৰাখিছে

আনহাতে ভাৰতে বৰ্তমানলৈকে এই বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছে। শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত ভাৰতে এতিয়াও কোনো বিবৃতি দিয়া নাই। সি যি নহওক, ভাৰত এই সংঘাতত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সম্ভাৱনা কম, ইয়াৰ কাৰণ হ’ল ভাৰত এই বিষয়ত সদায় নিৰপেক্ষ আছিল।

ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে, সংঘাতৰ সমাধান কেৱল আলোচনাৰ দ্বাৰাহে হ’ব পাৰে, যুদ্ধৰ দ্বাৰা নহয়। অৱশ্যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতে। ছৌদি আৰবেও এই সন্দৰ্ভত এতিয়ালৈকে কোনো বক্তব্য প্ৰকাশ কৰা নাই।

ইৰাণক সকীয়াই দিলে আমেৰিকাই

ইজৰাইলৰ ওপৰত আক্ৰমণৰ পিছতেই ইৰাণক সকীয়াই দিয়ে আমেৰিকাই। ইজৰাইলৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে আমেৰিকা। আমেৰিকাই ইৰাণক ইজৰাইলৰ ওপৰত আক্ৰমণ তৎকালীনভাৱে বন্ধ কৰিবলৈ কয় অন্যথা ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব বুলি জানিবলৈ দিয়ে। কোৱা হৈছে যে, আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইতিমধ্যে ইজৰাইলক সকীয়াই দিছিল যে, ইৰাণে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে।

ৰাছিয়াই কি ক’লে?

একে সময়তে ইজৰাইল-ইৰাণৰ সংঘাতৰ সন্দৰ্ভতো ৰাছিয়াৰ বক্তব্য ওলাইছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে, মধ্যপ্ৰাচ্যত বাইডেন প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বাইডেন প্ৰশাসনে কেৱল উত্তেজনা বৃদ্ধি কৰিছে।

Tags: IranIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025