• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 27, 2025
27 °c
Guwahati
28 ° Mon
29 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দ্বিশতক অৰ্জনেৰে কেইবাটাও অভিলেখ গঢ়িলে সৰফৰাজ খানে

      Nation NE by Nation NE
      October 2, 2024
      in Top News, ক্ৰীড়া
      0 0
      সৰফৰাজৰ লগতে আন দুগৰাকী ক্ৰিকেটাৰ হ’ব দলৰ পৰা বাহিৰ! BCCI-এ ল’লে এই সিদ্ধান্ত
      Share on FacebookShare on TwitterWhatsApp

      ঘৰুৱা ক্ৰিকেটৰ এখন মেচত সৰফৰাজ খানে ৰচিলে ইতিহাস। ইৰাণী কপত মুম্বাইৰ হৈ খেলা সৰফাজ খানে দ্বিশতক অৰ্জন কৰিছে। সৰফৰাজে দ্বিশতক অৰ্জন কৰাৰ বাবে ৭৯.১ ষ্ট্ৰাইক ৰেটৰ সহায়ত ২৫৩ টা বলৰ সন্মুখীন হয়।

      প্ৰসিদ্ধ কৃষ্ণাৰ বলত এক ৰান সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰাৰ লগে লগে সৰফৰাজে এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

      উল্লেখ্য যে, ইৰাণী কাপৰ ইতিহাসত সৰফৰাজ খানৰ পূৰ্বে মুম্বাইৰ কোনো ক্ৰিকেটাৰ দ্বিশতক অৰ্জন কৰিব পৰা নাছিল।

      ১৯৬০ চনত ইৰানী কাপ আৰম্ভ হোৱাৰ পাছৰে পৰা মুম্বাই (পূৰ্বৰ বম্বে)এ মুঠ ১৩ বাৰ খিতাপ দখল কৰিছে। কিন্তু এই সময়ছোৱাত মুম্বাইৰ কোনো ক্ৰিকেটাৰে দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। সৰফৰাজ হৈছে মুম্বাইৰ প্ৰথমজন ক্ৰিকেটাৰ।

      নিজৰ ইনিংছৰ সময়ছোৱাত সৰফৰাজ খানে ইৰাণী কাপৰ ইতিহাসত মুম্বাইৰ হৈ সৰ্বাধিক স্ক’ৰ কৰাৰো অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে ১৯৭২ চনত ১৯৫ ৰান সংগ্ৰহ কৰা ৰামনাথ পাৰ্কাৰৰ নামত আছিল এই অভিলেখ।

      ইয়াৰ লগে লগে সৰফৰাজে আন এক বিশেষ তালিকাত যোগদান কৰিছে। ইৰাণী কাপত দ্বিশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেনৰ তালিকাত চতুৰ্থ স্থানত আছে সৰফৰাজে। সৰফৰাজ খানৰ পিছতে যশস্বী জয়ছৱাল (২১ বছৰ আৰু ৬৩ দিন), প্ৰবীণ আমৰে (২২ বছৰ আৰু ৮০ দিন) আৰু গুণ্ডপ্পা বিশ্বনাথ (২৫ বছৰ আৰু ২৫৫ দিন)।

      Tags: Double CenturyIrani TrophySarfaraz Khan

      Related Posts

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
      Top News

      July 26, 2025
      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
      Top News

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      July 26, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025

      শীৰ্ষ সংবাদ

      নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

      কোন হ’ব উত্তৰ প্ৰদেশ বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? হাইকমাণ্ডলৈ প্ৰেৰণ ৬ গৰাকীৰ নাম

      হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist