• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিশতক অৰ্জনেৰে কেইবাটাও অভিলেখ গঢ়িলে সৰফৰাজ খানে

Nation NE by Nation NE
October 2, 2024
in Top News, ক্ৰীড়া
0 0
সৰফৰাজৰ লগতে আন দুগৰাকী ক্ৰিকেটাৰ হ’ব দলৰ পৰা বাহিৰ! BCCI-এ ল’লে এই সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ঘৰুৱা ক্ৰিকেটৰ এখন মেচত সৰফৰাজ খানে ৰচিলে ইতিহাস। ইৰাণী কপত মুম্বাইৰ হৈ খেলা সৰফাজ খানে দ্বিশতক অৰ্জন কৰিছে। সৰফৰাজে দ্বিশতক অৰ্জন কৰাৰ বাবে ৭৯.১ ষ্ট্ৰাইক ৰেটৰ সহায়ত ২৫৩ টা বলৰ সন্মুখীন হয়।

প্ৰসিদ্ধ কৃষ্ণাৰ বলত এক ৰান সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰাৰ লগে লগে সৰফৰাজে এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইৰাণী কাপৰ ইতিহাসত সৰফৰাজ খানৰ পূৰ্বে মুম্বাইৰ কোনো ক্ৰিকেটাৰ দ্বিশতক অৰ্জন কৰিব পৰা নাছিল।

১৯৬০ চনত ইৰানী কাপ আৰম্ভ হোৱাৰ পাছৰে পৰা মুম্বাই (পূৰ্বৰ বম্বে)এ মুঠ ১৩ বাৰ খিতাপ দখল কৰিছে। কিন্তু এই সময়ছোৱাত মুম্বাইৰ কোনো ক্ৰিকেটাৰে দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। সৰফৰাজ হৈছে মুম্বাইৰ প্ৰথমজন ক্ৰিকেটাৰ।

নিজৰ ইনিংছৰ সময়ছোৱাত সৰফৰাজ খানে ইৰাণী কাপৰ ইতিহাসত মুম্বাইৰ হৈ সৰ্বাধিক স্ক’ৰ কৰাৰো অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে ১৯৭২ চনত ১৯৫ ৰান সংগ্ৰহ কৰা ৰামনাথ পাৰ্কাৰৰ নামত আছিল এই অভিলেখ।

ইয়াৰ লগে লগে সৰফৰাজে আন এক বিশেষ তালিকাত যোগদান কৰিছে। ইৰাণী কাপত দ্বিশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেনৰ তালিকাত চতুৰ্থ স্থানত আছে সৰফৰাজে। সৰফৰাজ খানৰ পিছতে যশস্বী জয়ছৱাল (২১ বছৰ আৰু ৬৩ দিন), প্ৰবীণ আমৰে (২২ বছৰ আৰু ৮০ দিন) আৰু গুণ্ডপ্পা বিশ্বনাথ (২৫ বছৰ আৰু ২৫৫ দিন)।

Tags: Double CenturyIrani TrophySarfaraz Khan

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025